• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শোকাৱহ, দ’ খাৱৈত পৰ্যটকৰ বাহন বাগৰি ২ টি শিশু নিহত, ২৫ আহত, মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা

শোকাৱহ, দ’ খাৱৈত পৰ্যটকৰ বাহন বাগৰি ২ টি শিশু নিহত, ২৫ আহত, মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা

2 years ago
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

11 minutes ago
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

46 minutes ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

2 hours ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

3 hours ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

3 hours ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

4 hours ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

4 hours ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

6 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

7 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

7 hours ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

8 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শোকাৱহ, দ’ খাৱৈত পৰ্যটকৰ বাহন বাগৰি ২ টি শিশু নিহত, ২৫ আহত, মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা

editor by editor
July 8, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
শোকাৱহ, দ’ খাৱৈত পৰ্যটকৰ বাহন বাগৰি ২ টি শিশু নিহত, ২৫ আহত, মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা
0
SHARES
297
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শোকাৱহ, দ’ খাৱৈত পৰ্যটকৰ বাহন বাগৰি ২ টি শিশু নিহত, ২৫ আহত, মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা

গুজৰাটৰ পৰা আহিল এক শোকাৱহ ঘটনা। দ’ খাৱৈত পৰ্যটকৰ এখন বাহন বাগৰি ২ টি শিশু নিহত হয়। ইয়াৰ বাহিৰেও অন্য ২৫ গৰাকী লোক আহত হয়। মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা বুলি প্ৰকাশ।

চুৰাটৰ পৰা সপুতৰালৈ যোৱা এখন ব্যক্তিগত বিলাসী বাছ খাৱৈত পৰি এই দুৰ্ঘটনা সংঘটিত হৈছে। দেওবাৰে সংঘটিত হোৱা এই দুৰ্ঘটনাত দুটা শিশুৰ থিতাতে মৃত্যু হয়। এই দুৰ্ঘটনাত ২০ৰ পৰা ২৫জন লোক আহত হয়, ইয়াৰে পাঁচজন লোকৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে।

লাভ কৰা তথ্য অনুসৰি সপুতৰা মালেগাম পথত সংঘটিত হৈছে এই দুৰ্ঘটনা। খাৱৈত বাগৰি পৰে জিজে ০৫ ডিটি ৯৩৯৩ নম্বৰৰ ব্যক্তিগত বাছখন। বাছখন যাত্ৰীসহ চুৰাটৰ পৰা সপুতৰালৈ গৈ আছিল।

সপুতৰা দৰ্শন কৰিবলৈ অহা পৰ্যটকক লৈ আহিছিল বাছখনে। এই দুৰ্ঘটনাত দুটা শিশুৰ থিতাতে মৃত্যু হয়। ৫জন ব্যক্তি গুৰুতৰ বুলি জানিব পৰা গৈছে। মুঠ ২০ৰ পৰা ২৫জন লোক আহত হৈ ছামগাহান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, দুৰ্ঘটনাটোৰ সময়ত বাছখনত ৫০ৰ পৰা ৬০গৰাকী লোক আছিল। স্থানীয় লোকৰ সহযোগত, স্থানীয় প্ৰশাসন আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলে ঘটনাস্থলীত উদ্ধাৰৰ কাম কৰিছিল। দ’ খাৱৈ হোৱা বাবে বহু সময় লাগছিল এই উদ্ধাৰ কাৰ্যত। যাৰ বাবে শিশু কেইটিৰ মৃত্যু হোৱা বুলি প্ৰকাশ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentchild diedgujratGujrat Suratroad accidentsurat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?
বিবিধ

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

September 2, 2026
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ
জীৱনশৈলী

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

September 2, 2026
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো
বিনোদন

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

September 2, 2026
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ
জীৱনশৈলী

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

September 2, 2026
Next Post
হৃদয়বিদাৰক, স্কুলীয়া দিনৰে প্ৰেম আৰু বিবাহ, শেষত বহুদিন ধৰি হাতত কাম নথকাই স্বামী-স্ত্ৰীৰ…

হৃদয়বিদাৰক, স্কুলীয়া দিনৰে প্ৰেম আৰু বিবাহ, শেষত বহুদিন ধৰি হাতত কাম নথকাই স্বামী-স্ত্ৰীৰ...

ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণৰ সময়তে ৰাজ্যখনত গুলীচালনাৰ ঘটনা

ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণৰ সময়তে ৰাজ্যখনত গুলীচালনাৰ ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.