• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৌশিকী অমাবস্যাত সাবধান! কাম-ক্ৰোধ-লোভে সৰ্বনাশ মাতি আনিব এইসমূহ ৰাশিৰ জাতকৰ জীৱনলৈ

কৌশিকী অমাবস্যাত সাবধান! কাম-ক্ৰোধ-লোভে সৰ্বনাশ মাতি আনিব এইসমূহ ৰাশিৰ জাতকৰ জীৱনলৈ

7 months ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

3 minutes ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

24 minutes ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

1 hour ago
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

2 hours ago
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

2 hours ago
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

2 hours ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

4 hours ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

4 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

5 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

5 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

6 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কৌশিকী অমাবস্যাত সাবধান! কাম-ক্ৰোধ-লোভে সৰ্বনাশ মাতি আনিব এইসমূহ ৰাশিৰ জাতকৰ জীৱনলৈ

কৌশিকী অমাবস্যাত সাবধান! কাম-ক্ৰোধ-লোভে সৰ্বনাশ মাতি আনিব এইসমূহ ৰাশিৰ জাতকৰ জীৱনলৈ

editor by editor
August 22, 2025
in জীৱনশৈলী
0
কৌশিকী অমাবস্যাত সাবধান! কাম-ক্ৰোধ-লোভে সৰ্বনাশ মাতি আনিব এইসমূহ ৰাশিৰ জাতকৰ জীৱনলৈ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি কৌশিকী অমাবস্যা৷ পুৰাণ অনুসৰি দৈত্য শুম্ভ নিশুম্ভৰ অত্যাচাৰত অতিষ্ঠ হৈ দেৱতাসকলে দেৱী পাৰ্বতীৰ শৰণাপন্ন হৈছিল৷ তেতিয়াই দেৱীয়ে নিজৰ দেহৰ পৰা তৈয়াৰ কৰে তেওঁৰেই এক ভয়ংকৰ এক প্ৰতিমূৰ্তি৷ তেঁৱেই বধ কৰে অসুৰদ্বয়ক৷ সেই দেৱীৰ নামেই কৌশিকী৷ আৰু তেতিয়াৰ পৰাই এই দিনটো কৌশিকী অমাবস্যা ৰূপে পালিত হয়৷ প্ৰচলিত বিশ্বাস যে এই তিথিতেই সাধক বামাক্ষ্যাপাই সিদ্ধি লাভ কৰিছিল৷ কামৰ বাবেই এই দিনটোৰ গুৰুত্ব অসীম৷ শুভ শক্তিৰ জয় আৰু অশুভ শক্তিৰ বিনাশৰ এই দিনটোত জ্যোতিষ শাস্ত্ৰ অনুসৰি চন্দ্ৰই আজি কৰ্কট ত্যাগ কৰি সিংহ ৰাশিত গোচৰ কৰিব৷ আৰু সূৰ্যই ইতিমধ্যেই সিংহ ৰাশিত অৱস্থান কৰিছে৷ ফলত আজিৰ দিনটো বিশেষ কিছু ৰাশিৰ বাবে আৰু বেছি গুৰুত্বপূৰ্ণ৷ আজি কিছু কিছু ৰাশিয়ে কিছু সংযম অৱলম্বন কৰিব লাগে৷

মেষ ৰাশি

আজি মেষ ৰাশিৰ জীৱনত দাম্পত্যত কলহৰ আভাস আছে৷ প্ৰেমিক প্ৰেমিকা কিংবা স্বামী স্ত্ৰীৰ মাজত অলপ কথাতেই দ্বন্দ আৰম্ভ হব পাৰে৷ বিশেষকৈ সন্ধিয়াৰ পাছত সংগীৰ সৈতে কোনো ধৰণৰ তৰ্ক বিতৰ্ক নকৰিব৷ অন্যৰ কথাত প্ৰভাৱিত হৈ কাৰো ওপৰত কোনো অভিযোগ নানিব৷ পূৰ্বে ভালকৈ চালিজাৰি চাইহে কথা ক’ব অন্যথা বিশ্বস্ত বন্ধুৰ মাজতো ভুল বুজাবুজি হব পাৰে৷

মিথুন ৰাশি

পুৰণি শত্ৰুৱে আপোনাক আক্ৰমণৰ লক্ষ্য কৰিব পাৰে৷ সেয়ে সতৰ্কতা অৱলম্বন কৰা জৰুৰী৷ অচিনাকি কোনো স্থানৰ পৰা অৰ্থ সংক্ৰান্তিয় লোভনীয় প্ৰস্তাৱ পাব পাৰে সেই প্ৰস্তাৱ এৰাই চলাটোৱেই মঙ্গল৷ অতি লোভেই মৃত্যু৷ দুৰযাত্ৰাত বিলম্ব হব পাৰে৷

বৃশ্চিক ৰাশি

পেটৰ সমস্যত ভূগিব পাৰে৷ প্ৰাণঘাতী নহলেও খাদ্যত বিষক্ৰিয়াৰ ফলত চৰম অসুখত ভূগিব পাৰে৷ অতিৰিক্ত তেল মছলা কিংবা বাহিৰৰ খাদ্যৰ পৰা সাবধান হওক৷ আত্মীয়ৰ স্বাস্থ্যত অৰ্থব্যয়ৰ যোগ আছে৷ স্বাস্থ্যজনিত অসুবিধাত ভূগিব পাৰে৷

ধনু ৰাশি

কোনো অন্যায় কামৰ পৰা দূৰৈত থাকক৷ অন্যথা আজীৱন অনুশোচনা কৰিব৷ পুৰণি কোনো শাৰীৰিক সমস্যাই আপোনাক ভাৰাক্ৰান্ত কৰিব পাৰে৷ চিকিৎসকৰ পৰামৰ্শ লওক৷ অসৎ সংগই সৰ্বনাশ কৰিব৷ বন্ধুৰ পাল্লাত পৰি কোনো কাম নকৰিব যিয়ে আপোনাক অসুবিধা দিব পাৰে৷ সন্তানক লৈ ঘৰত বিবাদ বাঢ়িব৷ স্বামী স্ত্ৰী দুজনে মিলি সমস্যাৰ সমাধান কৰক৷ ব্যক্তিগত কথা বাহিৰত আলোচনা নকৰাই ভাল৷ অৰ্থভাগ্য বেয়া নহয়৷

মকৰ ৰাশি

তৃতীয় ব্যক্তিৰ কাৰণে সংসাৰত অশান্তি, মনোমালিন্য হব পাৰে৷ ৰক্তপাতৰ পৰা সাবাধানে থাকক৷ যানবাহন ব্যৱহাৰৰ সময়ত সতৰ্কতা অৱলম্বন কৰা জৰুৰী৷ যিসকলে মটৰবাইক চলাই তেওঁলোকে সাবধানে চলক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ
জীৱনশৈলী

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

March 30, 2026
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?
জীৱনশৈলী

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

March 30, 2026
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?
জীৱনশৈলী

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

March 30, 2026
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ
জীৱনশৈলী

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

March 30, 2026
Next Post
পোষ্ট অফিচৰ RD স্কিমত প্ৰতিমাহে ৩০৩০ টকাকৈ জমা কৰিলে ৬০ মাহৰ পাছত কিমান ৰিটাৰ্ণ পাব?

পোষ্ট অফিচৰ RD স্কিমত প্ৰতিমাহে ৩০৩০ টকাকৈ জমা কৰিলে ৬০ মাহৰ পাছত কিমান ৰিটাৰ্ণ পাব?

শৰীৰত ভিটামিন ডিৰ পৰিমাণ কিমান থাকিলে বিপজ্জনক কলৰেক্টেল কৰ্কটৰ আশংকা কমে? গৱেষণাত প্ৰকাশ ভয়ংকৰ কেইবাটাও তথ্য

শৰীৰত ভিটামিন ডিৰ পৰিমাণ কিমান থাকিলে বিপজ্জনক কলৰেক্টেল কৰ্কটৰ আশংকা কমে? গৱেষণাত প্ৰকাশ ভয়ংকৰ কেইবাটাও তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.