• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফ্লেটত অকলে আছিল যুৱতী৷  নিশা খাদ্য ডেলিভাৰী দিবলৈ আহি জ’মেটো বয়ে খালে চুমা৷  তাৰ পাছত…

ফ্লেটত অকলে আছিল যুৱতী৷ নিশা খাদ্য ডেলিভাৰী দিবলৈ আহি জ’মেটো বয়ে খালে চুমা৷ তাৰ পাছত…

4 years ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

1 minute ago
পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

16 minutes ago
মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

32 minutes ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

16 hours ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

16 hours ago
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

17 hours ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

17 hours ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

18 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

18 hours ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

18 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

19 hours ago
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ফ্লেটত অকলে আছিল যুৱতী৷ নিশা খাদ্য ডেলিভাৰী দিবলৈ আহি জ’মেটো বয়ে খালে চুমা৷ তাৰ পাছত…

editor by editor
September 20, 2022
in Uncategorized, অপৰাধ
0
ফ্লেটত অকলে আছিল যুৱতী৷  নিশা খাদ্য ডেলিভাৰী দিবলৈ আহি জ’মেটো বয়ে খালে চুমা৷  তাৰ পাছত…
0
SHARES
80.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এটা এপাৰ্টমেণ্টত ১৭ ছেপ্টেম্বৰৰ নিশা ৯.৩০ বজাত খাদ্য ডেলিভাৰী দিবলৈ আহি এজন জ’মেটো বয়ে সংঘটিত কৰে এই কাণ্ড৷ যুৱতীগৰাকী আন দুই বান্ধৱীৰ সৈতে বাস কৰে যদিও সেইদনা নাছিল বান্ধৱী দুগৰাকী৷ যুৱতীগৰাকীক অকলে দেখি জ’মেটো বয়জনে পানী খাবলৈ বিচাৰে৷ সেই সময়তে ঘৰত আৰু কোনো নাই নেকি বুলি প্ৰশ্ন কৰাত যুৱতীগৰাকীয়ে অকলে থকা বুলি উল্লেখ কৰে৷ তেতিয়া ডেলিভাৰীয় বয়জনে আৰু এগিলাচ পানী খাবলৈ বিচাৰে৷ যুৱতীগৰাকীয়ে পানী আনিবলৈ ঘূৰোতে ডেলিভাৰীয়ে বয়জনে পিছৰ পৰা সাৱটি ধৰি দুগালত দুটা চুমা খায়৷

তাৰ পাছত যুৱকজন তাৰ পৰা আঁতৰি যায়৷ ডেলিভাৰী যুৱকজনে যোৱাৰ সময়ত যুৱতীগৰাকীক কয়— ‘মই তোমাৰ আংকলৰ দৰে৷ যিকোনো ধৰণৰ সহায়ৰ প্ৰয়োজন হয়, তেন্তে তাই নিঃসংকোচে ক’ব পাৰে৷’ তাৰ পাছত ডেলিভাৰী বয়জনে যুৱতীগৰাকীক হোৱাটছএপত মেছেজ কৰিবলৈ আৰম্ভ কৰে৷ ঘটনা পুণেৰ য়েভালেৱাড়ী অঞ্চলৰ৷ ভুক্তভোগী যুৱতীগৰাকীয়ে চুমা খোৱা সন্দৰ্ভত প্ৰথমতে অভিযোগ দিবলৈ দ্বিধাবোধ কৰিছিল৷ কিন্তু যেতিয়া মেছেজ কৰিবলৈ ধৰে, তেতিয়া আৰু ৰৈ নাথাকি চিধাই আৰক্ষীক অভিযোগ কৰে৷ ঘটনা সন্দৰ্ভত জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক চৰ্দাৰ পাটিলে কয় যে যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছে। অধিক তদন্ত এতিয়াও চলি আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ
অসম

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

March 28, 2026
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ
অসম

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

March 23, 2026
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
Uncategorized

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

March 20, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
Uncategorized

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 20, 2026
Next Post
শৌচাগাৰৰ মজিয়াত ৰখা খাদ্য খুৱালে খেলুৱৈক! ভাইৰেল ভিডিঅ’ৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া!

শৌচাগাৰৰ মজিয়াত ৰখা খাদ্য খুৱালে খেলুৱৈক! ভাইৰেল ভিডিঅ’ৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া!

অতি কৰুণ খবৰ! কবি, সমাজসেৱিকা মদিৰা শ‍ইকীয়া ভূঞাৰ অকাল মৃত্যু…

অতি কৰুণ খবৰ! কবি, সমাজসেৱিকা মদিৰা শ‍ইকীয়া ভূঞাৰ অকাল মৃত্যু…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.