কাইলৈ অসমলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ৷
ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰিব চৰকাৰে৷
সৰুসুজাই অথৱা খানাপাৰাত ৰখা হ’ব পাৰে হাৰ্টথ্ৰৱৰ নশ্বৰ দেহ৷
পৰিয়ালৰ সৈতে শেষকৃত্য সন্দৰ্ভত আলোচনা কৰিব চৰকাৰে৷
আলোচনাৰ পিছতহে শেষকৃত্য সন্দৰ্ভত লোৱা হ’ব সিদ্ধান্ত৷
মন্ত্ৰীসকলৰ সৈতে ৮ বজাত বিশেষ বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷
আলোচনাৰ পাছতেই সিদ্ধান্ত ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















