জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আদালতত জবানবন্দী লোৱা হল জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ।

মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত BNS 183 ধাৰাত জবানবন্দী লিপিবদ্ধ কৰা হল গৰিমা শইকীয়া গাৰ্গৰ।

জুবিনৰ মৃত্যুক লৈ সন্দেহ ব্যক্ত কৰা প্ৰতিটো কথা আদালতক জনালে গৰিমাই।

য়ট যাত্ৰাৰ কথা অৱগত নোহোৱাৰ কথা আদালতত জনাইছে আদালতত।

উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদঘাটন কৰিবলৈ ক্ষিপ্ৰগতিত তদন্ত কৰিছে CIDৰ SITএ।

ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰে নাম সাঙোৰ খোৱা ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

জুবিনৰ মৃত্যুৰে নাম সাঙোৰ খোৱা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছে CIDৰ SITএ।

শ্যামকানু আৰু সিদ্ধাৰ্থৰ দৰেই ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক।