• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অজাপে সুধিছেঃ অমিত শ্বাহৰ ভাষণত কিয় নাই NRC, CAA, ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ?

অজাপে সুধিছেঃ অমিত শ্বাহৰ ভাষণত কিয় নাই NRC, CAA, ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ?

3 years ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

16 minutes ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

34 minutes ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

57 minutes ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

1 hour ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

2 hours ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

2 hours ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

3 hours ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

3 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

4 hours ago
ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

5 hours ago
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

5 hours ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অজাপে সুধিছেঃ অমিত শ্বাহৰ ভাষণত কিয় নাই NRC, CAA, ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ?

editor by editor
October 8, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, ৰাজনীতি
0
অজাপে সুধিছেঃ অমিত শ্বাহৰ ভাষণত কিয় নাই NRC, CAA, ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ?
0
SHARES
337
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিজেপিয়ে হাইটেক টেকনলজিৰে নিৰ্মাণ কৰা ৰাজ্যিক কাৰ্যালয়ক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে। অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়,’ৰাইজৰ ধনেৰে দলীয় ৰাজকাৰেং নিৰ্মাণ কৰিছে বিজেপি দলে। অসমৰ সুৰক্ষা আৰু বিকাশতকৈ অসমক নিজৰ ব্যৱসায়ীক বিকাশৰ ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰিছে।’

ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক বিজেপি দল আৰু চৰকাৰী পাৰিষদবৰ্গই ব্যাপকভাৱে আদৰিছে যদিও অসমৰ সচেতন ৰাইজে মনৰ পৰা আদৰণি জনাব পৰা নাই বুলি উল্লেখ কৰিছে অজাপৰ সম্পাদকগৰাকীয়ে।

বিজেপি দলে ২০১৪, ২০১৬, ২০১৯ আৰু ২০২১ চনৰ নিৰ্বাচনত অসমবাসীক বহু প্ৰতিশ্ৰুতি দিছিল। স্বয়ং ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই ১৬ মে’ (২০১৪) ৰ পিছত সকলো বাংলাদেশীয়ে টালি টোপোলা বান্ধি ভাৰত ত্যাগ কৰিব লাগিব বুলি ভাষণত কৈছিল। কিন্তু পৰৱৰ্তী সময়ত বিজেপিৰ চৰকাৰে তাৰ বিপৰীত স্থিতি গ্ৰহণ কৰা বুলিও অভিযোগ উত্থাপন কৰিছে অজাপে।

আনহাতে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰি অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষাকৱচ সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি কিয় আজিও অপূৰণ হৈ ৰৈছে? আঢ়ৈ বছৰে উক্ত প্ৰতিবেদন দিল্লী গৈ কিয় পোৱা নাই সেই প্ৰশ্নও উত্থাপন কৰি সম্পাদক জগদীশ ভূঞাই কয়, ‘৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিজেপিৰ অন্যতম প্ৰধান নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল। কিন্তু আন ৰাজ্যৰ নিৰ্বাচিত জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিলে। অথচ অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰক সম্পূৰ্ণ উদাসীন দেখা গ’ল।’

২০২১ চনৰ নিৰ্বাচনৰ পূৰ্বে অমিত শ্বাহে ঘোষণা কৰিছিল, বিজেপি চৰকাৰ পুনৰবাৰ হলে অসমক বানমুক্ত কৰি তুলিব। চৰকাৰ গঠনৰ ডেৰ বছৰ পিছতো অসম কিয় বানমুক্ত নহ’ল? উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ব্যৱসায়ীক গোষ্ঠী আৰু বিজেপি দলৰ কৰ্মকৰ্তাৰ পৰা সংগ্রহ কৰা চান্দাৰ ধনেৰে এই ৰাজ অট্টালিকা নিৰ্মাণ কৰা বুলিও অভিযোগ আনে অজাপৰ সম্পাদকগৰাকীয়ে।

বিজেপি দলে অসমত প্ৰায় ৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৬ মহলীয়া অট্টালিকা উদ্বোধনেৰেই অসমৰ পৰা উভতি যোৱাৰ পূৰ্বে অসমবাসীক নাগৰিকত্ব সংশোধনী আইন (CAA) কেতিয়া বাতিল কৰিব? ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) কেতিয়া সম্পূর্ণ হ’ব? বিদেশী বহিষ্কৰণৰ কাম কেতিয়া সম্পাদিত হ’ব? এই বিষয়সমূহো স্পষ্ট কৰি যোৱাৰ আহ্বান জনাইছে অজাপৰ সম্পাদকগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?
জীৱনশৈলী

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

March 30, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
Next Post
নামাজী চিকিৎসক! চিকিৎসকে নামাজ পঢ়িবলৈ যাওঁতেই মৃত্যু হ’ল টীয়কৰ নাৰায়ণ হাজৰিকাৰ

নামাজী চিকিৎসক! চিকিৎসকে নামাজ পঢ়িবলৈ যাওঁতেই মৃত্যু হ’ল টীয়কৰ নাৰায়ণ হাজৰিকাৰ

লক্ষ্মী দেৱীক কি কি উপকৰণেৰে পূজা কৰিব? পূজাত এইকেইটা নিয়ম মানিলেহে সুফল লাভ কৰিব

লক্ষ্মী দেৱীক কি কি উপকৰণেৰে পূজা কৰিব? পূজাত এইকেইটা নিয়ম মানিলেহে সুফল লাভ কৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.