• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ সম্পদ ব্যক্তিগতখণ্ডক চমজাই বিহাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ উপহাৰ

অসমৰ সম্পদ ব্যক্তিগতখণ্ডক চমজাই বিহাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ উপহাৰ

6 years ago
নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

6 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

6 hours ago
১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

7 hours ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

7 hours ago
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

8 hours ago
বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

8 hours ago
৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

9 hours ago
প্ৰতিকী ছবি

বিমানৰ উৰণৰ পাছতেই যাত্ৰীৰ মৃত্যু, ১৩ ঘণ্টা মৃ**তকক লৈ আকাশপথত যাত্ৰী, ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰিছে যাত্ৰীয়ে, ক’ত এই ঘটনা?

10 hours ago
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

10 hours ago
৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

10 hours ago
এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

11 hours ago
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অসমৰ সম্পদ ব্যক্তিগতখণ্ডক চমজাই বিহাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ উপহাৰ

৩টাকৈ পেট্ৰ’লিয়াম প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰীৰ

editor by editor
September 13, 2020
in অসম, ভাৰত
0
অসমৰ সম্পদ ব্যক্তিগতখণ্ডক চমজাই বিহাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ উপহাৰ
0
SHARES
156
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ অসমৰ সম্পদ ব্যক্তিগতখণ্ডক চমজাই বিহাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপহাৰ।বিহাৰত ৩টাকৈ পেট্ৰ’লিয়াম প্ৰকল্প উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰকল্প তিনিটা ৰাষ্ট্ৰক উৎসর্গা কৰে প্ৰধানমন্ত্ৰীয়ে। মোদীয়ে উদ্বোধন কৰা প্ৰকল্প ৩টা প্ৰদীপ-হালদিয়া-দুর্গাপুৰ পাইপলাইন প্ৰকল্প দুটা LPG বটলিং প্লাণ্ট।২১ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে বিহাৰত ১০ টা পেট্ৰ’লিয়াম আৰু গেছ প্ৰকল্পত অনুমোদন জনাইছিল কেন্দ্ৰীয় চৰকাৰে। ইয়াৰে ৭টা প্ৰকল্পৰ কাম ইতিমধ্যে সম্পূর্ণ হৈ উঠিছে বুলি সদৰী কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। নতুন ভাৰত আৰু নতুন বিহাৰ গঢ়াত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা বুলি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক প্ৰশংসা কৰে মোদীয়ে। বিহাৰত ১০টাকৈ পেট্ৰ’লিয়াম আৰু গেছ প্ৰকল্প। ইয়াৰ দ্বাৰা স্বাভাৱিকতে উপকৃত হ’ব দেশবাসী। ভাল কথা। কিন্তু অসমকে ধৰি উত্তৰ-পূর্বাঞ্চলৰ ক্ষেত্ৰত কিয় মাহীআইৰ দৃষ্টি মোদীৰ? অসমৰ এটাৰ পাছত আনটো তেল-গেছ প্ৰকল্প ব্যক্তিগত খণ্ডক বিক্ৰী কৰিছে কেন্দ্ৰীয় চৰকাৰে। তৈলক্ষেত্ৰত অসমৰ ইতিহাস এচিয়াৰ ভিতৰতে পুৰণি। ১৮৬৭ চনত ব্ৰিটিছ আমোলত ইটালীৰ অভিযন্তা এজনে ডিগবৈত আৱিষ্কাৰ কৰিছিল তৈল ভাণ্ডাৰ। তাৰ পাছত খনন আৰু বিপণনে সময়ৰ লগত খোজ মিলাই অগ্ৰগতি লাভ কৰে। এনেদৰে সময়ৰ সোঁতত অসংখ্য তৈলখাদ আৱিস্কাৰ হয় এই অসমভূমিত। তৈলজাত সামগ্ৰীৰ বাবে অসম আজি জগত বিখ্যাত। কিন্তু ইতিহাস আৰু প্ৰচুৰ সম্ভাৱনাক নস্যাৎ কৰি অসমৰ তৈল খাদসমূহ ব্যক্তিগত খণ্ডক বিক্ৰী কৰাৰ বাবে তৎপৰ হৈ উঠিছে মোদী চৰকাৰ। ধ্বংসৰ গৰাহত ৰাজ্যত কাগজ কল, চেনি কল, বস্ত্ৰ উদ্যোগ ইত্যাদি। ইয়াৰ বিপৰীতে কিন্তু বিহাৰত ১০টাকৈ তৈল আৰু গেছ প্ৰকল্প। ই কি সূচায়? ক’লৈ গ’ল মোদীৰ Look east policy?

ক’লৈ গ’ল মোদীৰ উত্তৰ-পূর্বক বিকাশ ইঞ্জিনত পৰিণত কৰাৰ লক্ষ্য? নে উত্তৰ-পূর্বাঞ্চলক লৈ অব্যাহত আছে ঔপনিৱেশিক চিন্তা-চর্চা? এয়াই নেকি প্ৰধানমন্ত্ৰী মোদীৰ অসম দৰদ?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assambiharnarendra-modiprivatisation
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?
জীৱনশৈলী

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

March 26, 2026
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?
বাণিজ্য

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

March 26, 2026
৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?
জীৱনশৈলী

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

March 26, 2026
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ
জীৱনশৈলী

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

March 26, 2026
Next Post
CAA বিৰোধীৰ পৰামৰ্শদাতা CAA সমৰ্থনকাৰী

CAA বিৰোধীৰ পৰামৰ্শদাতা CAA সমৰ্থনকাৰী

আজিৰ পৰা সংসদৰ বর্ষাকালীন অধিৱেশন

আজিৰ পৰা সংসদৰ বর্ষাকালীন অধিৱেশন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.