অসমৰ সম্পদ ব্যক্তিগতখণ্ডক চমজাই বিহাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ উপহাৰ
অসম লাইভ ২৪ঃ অসমৰ সম্পদ ব্যক্তিগতখণ্ডক চমজাই বিহাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপহাৰ।বিহাৰত ৩টাকৈ পেট্ৰ’লিয়াম প্ৰকল্প উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।ভিডিঅ’ কনফাৰেন্সিঙৰ ...