ৰাজ্যত পুনৰ বৃদ্ধি পাইছে সাংবাদিকক আক্ৰমণৰ ঘটনা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সাংবাদিকৰ প্ৰতিবাদ। অৰ্ণৱ গোস্বামীৰ ক্ষেত্ৰত সৰৱ বিজেপিৰ নেতা-মন্ত্ৰী পৰাগ-মিলনৰ ক্ষেত্ৰত নিশ্চুপ কিয়?