আইন আমিয়েই বনাইছোঃ জয়ন্ত মল্ল বৰুৱা। সান্ধ্য আইন ভংগ কৰি চুলি কাটিছিল বিজেপি নেতাগৰাকীয়ে।
অসম লণ্ডনৰ Madame Tussauds মিউজিয়ামত জুবিনৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠাৰ চিন্তা, লাগে আপোনাৰ সহায়! November 22, 2026