আৰক্ষীৰ গুলীত নিহত বুবু কোঁৱৰৰ অপৰাধনামা। গাড়ী চুৰি, হত্যা, হানীট্ৰেপিং, ড্ৰাগছ, অস্ত্ৰ সৰবৰাহত অভিযুক্ত বুবু।