• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোভিড প্ৰতিষেধক নল’লে বিধানসভাত প্ৰৱেশ নিষেধ বিধায়কৰ

5 years ago
জুন মাহৰ পৰা আনন্দ কৰিব ৪ৰাশিয়ে, শুক্ৰ-শনিৰ নৱপঞ্চম ৰাজযোগত অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

2 hours ago
পাৰ্লাৰেই অপশ্ব্যন নহয়, ঘৰতেই আছে চুলিৰ বাবে উপকাৰী ঔষধ, মাত্ৰ ৭ দিনতেই কমিব চুলি সৰা সমস্যা, কেনেকৈ ঘৰুৱাভাৱে তৈয়াৰ কৰিব হেয়াৰ পেক?

3 hours ago
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

4 hours ago
দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

নিঃশব্দে কিডনিত ৰোগে বাঁহ বন্ধাৰ বিপদ সংকেত দিয়ে চকুৱে! কি কি লক্ষণ অৱহেলা কৰিলে বাঢ়িব মৃত্যুৰ শংকা?

ফেটি লিভাৰৰ প্ৰথম সংকেত! ভৰিৰ এই লক্ষণ দেখিলেই সাৱধান

5 hours ago
আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ

6 hours ago
মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

7 hours ago
কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?

UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

21 hours ago
ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কোভিড প্ৰতিষেধক নল’লে বিধানসভাত প্ৰৱেশ নিষেধ বিধায়কৰ

editor by editor
June 24, 2021
in ক'ভিড-১৯, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
কোভিড প্ৰতিষেধক নল’লে বিধানসভাত প্ৰৱেশ নিষেধ বিধায়কৰ
0
SHARES
107
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কোভিড ভেকচিন গ্ৰহণ নকৰিলে বিধানসভাত প্ৰৱেশ কৰিব নোৱাৰিব বিধায়কসকল। বিধানসভাৰ অধ্যক্ষই জাৰি কৰিছে এই নিৰ্দেশনা। এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে বিহাৰ বিধানসভাৰ অধ্যক্ষ বিজয় কুমাৰ সিনহাই। সম্প্ৰতি বিহাৰ বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন চলি আছে। অধিৱেশনৰ আৰম্ভণিতেই অধ্যক্ষ বিজয় কুমাৰ সিনহাই বিধায়কসকলক সপৰিয়ালে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায়। লগতে বিধায়কসকলক সৌজন্যত নিজৰ অঞ্চলত ৮০ শতাংশ ভেকচিনেচন সম্পন্ন হ’লে সেই বিধায়কগৰাকীক পুৰস্কৃত কৰা হ’ব বুলিও ঘোষণা কৰে বিধানসভাৰ অধ্যক্ষই। বিজয় কুমাৰ সিনহাই কয়, ক’ৰোনাৰ পৰা ৰক্ষা পোৱাৰ সৰ্বোত্তম সুৰক্ষা কৱচ হ’ল ভেকচিন। ভেকচিনেচনৰ ক্ষেত্ৰত জনপ্ৰতিনিধিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰা উচিত। ক’ৰোনা মহামাৰীৰ দ্বিতীয় লহৰৰ প্ৰভাৱ শেষ নহওতেই তৃতীয় লহৰৰ সম্ভাৱনা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে। গতিকে সকলো সজাগ হোৱাৰ লগতে ভেকচিনেচনত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় অধ্যক্ষগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24bihar assemblyvijay kumar sinha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ
জীৱনশৈলী

দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

May 28, 2026
মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক
জীৱনশৈলী

মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

May 28, 2026
কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?

May 28, 2026
Next Post
সুৰা ডেলিভাৰী প্লেটফৰ্মৰ প্ৰৱঞ্চনাৰ বলি অভিনেত্ৰী শ্বাৱানা আজমী

এঞ্জেলপ্ৰিয়া, ৰাজ, ৰাহুল…, ফেক একাউণ্টৰ দিন উকলিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন