• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উত্তৰ-পূব আমাৰ হৃদপিণ্ডৰ টুকুৰা! মণিপুৰৰ জনতাক কৈছো, সমগ্ৰ দেশ আপোনালোকৰ সৈতে আছেঃ নৰেন্দ্ৰ মোদী

উত্তৰ-পূব আমাৰ হৃদপিণ্ডৰ টুকুৰা! মণিপুৰৰ জনতাক কৈছো, সমগ্ৰ দেশ আপোনালোকৰ সৈতে আছেঃ নৰেন্দ্ৰ মোদী

3 years ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

33 minutes ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

1 hour ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

2 hours ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

3 hours ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

5 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

5 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

6 hours ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

6 hours ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

6 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

7 hours ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

8 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

উত্তৰ-পূব আমাৰ হৃদপিণ্ডৰ টুকুৰা! মণিপুৰৰ জনতাক কৈছো, সমগ্ৰ দেশ আপোনালোকৰ সৈতে আছেঃ নৰেন্দ্ৰ মোদী

editor by editor
August 10, 2023
in ভাৰত, ৰাজনীতি
0
উত্তৰ-পূব আমাৰ হৃদপিণ্ডৰ টুকুৰা! মণিপুৰৰ জনতাক কৈছো, সমগ্ৰ দেশ আপোনালোকৰ সৈতে আছেঃ নৰেন্দ্ৰ মোদী
0
SHARES
159
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মণিপুৰক লৈ অৱশেষত মুখ খুলিলে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰি বিৰোধীয়ে অনা প্ৰশ্নৰ ওপৰত মুখ খুলিলে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘মণিপুৰত নিশ্বয় শান্তিৰ সূৰ্যোদয় হ’ব। মণিপুৰ নতুন আত্মবিশ্বাসেৰে আগুৱাই যাব। মণিপুৰৰ জনতাক আমাৰ আৱেদন, দেশ আপোনাৰ সৈতে আছে। সংসদৰ সৈতে আছে। এই সমস্যাৰ সমাধান হ’ব। আমি মণিপুৰৰ মা, ভগ্নী সকলোকে এই কথা কৈছো।

শুনি বেয়া লাগিছে। এই সংসদত কোনো কোনোৱে ভাৰতমাতাৰ মৃত্যু কামনা কৰিছে। নাম নোলোৱাকৈয়ে প্রধানমন্ত্ৰীয়ে ৰাহুল গান্ধীক টানি এই বক্তব্য প্ৰদান কৰিছে। তেওঁ কয়, ভাৰতবাসীয়ে এনে কথা শুনি দুখ পাইছে। উত্তৰ পূব আমাৰ হৃদপিণ্ডৰ টুকুৰাৰ দৰে দামী। উত্তৰ পূবত যি সমস্যা চলি আছে এই সমস্যাৰ জন্মদাতা হৈছে কংগ্ৰেছ দল। যেতিয়া মণিপুৰত নেতাজী সুভাষ চন্দ্ৰ বসুৰ মূৰ্তিত বোমা পেলোৱা হৈছিল তেতিয়া কংগ্ৰেছেই মণিপুৰত শাসনভাৰ লৈ আছিল। মণিপুৰত বহুদিন ধৰি কংগ্ৰেছ চৰকাৰ আছিল। কিন্তু সেই সময়ত বাৰে বাৰে মণিপুৰত বোমা বিস্ফোৰণৰ ঘটনা হৈছিল।

মণিপুৰত বিজেপি শাসনলৈ অহাৰ পাছত এই সমস্যা শেষ হৈছে। আমাৰ চৰকাৰে মণিপুৰত উন্নতিৰ চেষ্টা চলাইছে। আমি এয়া কেৱল ভোটলাভৰ বাবে কৰা নাই। কংগ্ৰেছ নেতা ৰাম মনোহৰ লোহিয়াই নিজেই উত্তৰ পূবক লৈ জৱাহৰলাল নেহৰুক দোষাৰোপ কৰিছে। তেওঁ নিজেই লিখিছে, ‘উত্তৰ পূব ভাৰতক কল্ড ষ্টোৰেজৰ মাজলৈ ঠেলি পঠিওৱা তেওঁলোকৰ উন্নতিৰ সুযোগ সুবিধা বন্ধ কৰাৰ আঁৰত নেহৰু আছিল।’ আমি মণিপুৰক লৈ এনেকুৱা ডাৰ্টি পলিটিক্স কৰা নাই। আমাৰ সময়তেই প্ৰথম মণিপুৰত বন্দে ভাৰতৰ দৰে ট্ৰেইন দিছো। বস্তু কঢ়িওৱা ট্ৰেইন দিছো। প্ৰথম মণিপুৰৰ পৰা সাংসদ আহিছে। প্ৰথমবাৰ মণিপুৰৰ পৰা বিশিষ্ট লোকে পদ্মশ্ৰী সন্মান লাভ কৰিছে। আমি সবকা সাথ সবকা বিকাশ বুলি যি শ্লোগান দিছো সেয়া কেৱল এক শ্লোগান নহয়। এয়া আমি বাস্তৱত কৰি দেখুৱাইছো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?
বিনোদন

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

October 8, 2026
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!
বিনোদন

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

October 8, 2026
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ
অপৰাধ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

October 8, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
Next Post
প্ৰেমৰ দোকান নহয় লুটপাতৰ দোকান খুলিছে কংগ্ৰেছে, প্ৰেমৰ দোকানত অচিৰেই তলা ওলমিবঃ প্ৰধানমন্ত্ৰী মোদী

প্ৰেমৰ দোকান নহয় লুটপাতৰ দোকান খুলিছে কংগ্ৰেছে, প্ৰেমৰ দোকানত অচিৰেই তলা ওলমিবঃ প্ৰধানমন্ত্ৰী মোদী

কৰ্কটত আক্ৰান্ত হৈ মাত্ৰ কেইটামান দিনৰ অতিথি! চিৰবিদায়ৰ পূৰ্বে প্ৰেমিকৰ সৈতে বিবাহৰ অনুষ্ঠাৰ ১০ বছৰীয়া কন্যাৰ

কৰ্কটত আক্ৰান্ত হৈ মাত্ৰ কেইটামান দিনৰ অতিথি! চিৰবিদায়ৰ পূৰ্বে প্ৰেমিকৰ সৈতে বিবাহৰ অনুষ্ঠাৰ ১০ বছৰীয়া কন্যাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.