• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়া এগৰাকী বিবাহ বিচ্ছেদিত মহিলাৰ বাৰ্তা! বিচ্ছেদৰ অধিকাৰ ব্যক্তিস্বাধীনতাৰ অন্তৰ্গত বিষয় যদিও দেশজুৰি ডিভোৰ্ছ ফটোশ্বুটৰ চৰ্চা কিয়?

এয়া এগৰাকী বিবাহ বিচ্ছেদিত মহিলাৰ বাৰ্তা! বিচ্ছেদৰ অধিকাৰ ব্যক্তিস্বাধীনতাৰ অন্তৰ্গত বিষয় যদিও দেশজুৰি ডিভোৰ্ছ ফটোশ্বুটৰ চৰ্চা কিয়?

3 years ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

19 minutes ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

52 minutes ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

1 hour ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

2 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

3 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

3 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

4 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

5 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

5 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

6 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

7 hours ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এয়া এগৰাকী বিবাহ বিচ্ছেদিত মহিলাৰ বাৰ্তা! বিচ্ছেদৰ অধিকাৰ ব্যক্তিস্বাধীনতাৰ অন্তৰ্গত বিষয় যদিও দেশজুৰি ডিভোৰ্ছ ফটোশ্বুটৰ চৰ্চা কিয়?

editor by editor
May 3, 2023
in জীৱনশৈলী, লেখা
0
এয়া এগৰাকী বিবাহ বিচ্ছেদিত মহিলাৰ বাৰ্তা! বিচ্ছেদৰ অধিকাৰ ব্যক্তিস্বাধীনতাৰ অন্তৰ্গত বিষয় যদিও দেশজুৰি ডিভোৰ্ছ ফটোশ্বুটৰ চৰ্চা কিয়?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত ৪৮ ঘণ্টা ধৰি এখন ফটোয়ে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে। আপুনিও হয়তো এই বিশেষ ফটোখন দেখিছে। এগৰাকী মহিলাই নিজৰ বিবাহ বিচ্ছেদৰ পাছতে কৰা ফটোশ্বুটক লৈ সামাজিক মাধ্যমত চলিছে ব্যাপক আলোচনা। হাতত ডিভোৰ্চৰ ষ্টীকাৰ লৈ ৰঙা গ্ৰাউন পিন্ধি ফটোশ্বুট কৰিছে মহিলাগৰাকীয়ে। পেচাত মহিলাগৰাকী এগৰাকী ফেচন ডিজাইনাৰ। নাম শালিনী।

বিবাহ বিচ্ছেদ বিফলতা নহয়৷ জীৱনটোক নতুনভাৱে আৰম্ভ কৰাৰ এক সুযোগ হে৷ জীৱনত সুখী হোৱাৰ অধিকাৰ সকলোৰে আছে৷ যিসময়ত প্ৰি ৱেডিং, ৱেডিং ফটোশ্বুট, বিবাহৰ ক্ষেত্ৰত যেন এক অপৰিহাৰ্য অংগ হৈ পৰিছে, সেইসময়ত বিবাহ বিচ্ছেদক লৈ ফটোশ্বুট কৰিছে শালিনীয়ে। ফটোখিনি সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কেপচনত লিখিছে, ‘ এয়া এগৰাকী বিবাহ বিচ্ছেদিত মহিলাৰ বাৰ্তা৷ এই বাৰ্তা সেইসকলৰ বাবে, যিয়ে নিজকে অসহায় অনুভৱ কৰে। বিবাহৰ কথা সকলোয়ে আলোচনা কৰে যদিও বিবাহ বিচ্ছেদৰ কথা মুকলিকৈ প্ৰকাশ কৰিবলৈ টান পায়৷ আমাৰ সমাজত বিবাহ বিচ্ছেদৰ কথা প্ৰকাশ কৰিবলৈ বহুতেই দ্বিধাবোধ কৰে।’

ইয়াৰোপৰি শালিনীয়ে লিখিছে, ‘এটা অশান্তিকৰ বৈবাহিক সম্পৰ্কত থকাতকৈ সেই বিবাহ এৰি যোৱাটোয়ে মংগলজনক। কিয়নো আপুনি সুখী হোৱাৰ যোগ্য আৰু আপোনাৰো সুখী হোৱাৰ অধিকাৰ আছে। আপুনি কেতিয়াও কোনো ক্ষেত্ৰতে আপোচ নকৰিব, আপোনাৰ জীৱনৰ বাবে আপুনি সঠিক সিদ্ধান্ত লওক। আপোনাৰ আৰু আপোনাৰ সন্তানৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় পৰিৱৰ্তন কৰক। কিয়নো বিবাহ বিচ্ছেদ মানেই বিফলতা নহয়! এইটো আপোনাৰ বাবে আৰু আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ এটা টাৰ্ণিং পইণ্টহে। বিবাহক বাদ দি জীৱনযুদ্ধত অকলে থিয় হ’বলৈ যথেষ্ট সাহসৰ প্ৰয়োজন, সেয়েহে মই মোৰ এই বিবাহ বিচ্ছেদক সকলো সাহসী মহিলাৰ বাবে উৎসৰ্গা কৰিছো।’

এই পষ্ট ভাইৰেল হোৱাৰ পিছতে বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰিছে। একাংশই মহিলাগৰাকীৰ সাহস আৰু দৃষ্টিভংগীক প্ৰশংসা কৰাৰ বিপৰীতে একাংশই মহিলাগৰাকীক সমালোচনা কৰিছে। কিন্তু সকলোয়ে মনত ৰখা উচিত , নিজৰ জীৱনক লৈ সিদ্ধান্ত লোৱাৰ অধিকাৰ ব্যক্তিস্বাধীনতা অন্তৰ্গত বিষয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

March 20, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

March 20, 2026
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…
জীৱনশৈলী

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

March 20, 2026
Next Post
আহি আছে ঘূৰ্ণীবতাহ ‘মোকা’, অসমত ‘মোকা’ৰ প্ৰভাৱ পৰিবনে?

আহি আছে ঘূৰ্ণীবতাহ ‘মোকা’, অসমত ‘মোকা’ৰ প্ৰভাৱ পৰিবনে?

দিনহাজিৰা কৰি এমুঠি ভাতৰ যোগান যেনে-তেনে ধৰিছিল, পুত্ৰই লাভ কৰিলে তৃতীয় বৰ্গৰ চাকৰি, সুখী পিতৃৰ চকুৰে বৈ অহা লোটকে দি গ’ল প্ৰাপ্তিৰ বাতৰি

দিনহাজিৰা কৰি এমুঠি ভাতৰ যোগান যেনে-তেনে ধৰিছিল, পুত্ৰই লাভ কৰিলে তৃতীয় বৰ্গৰ চাকৰি, সুখী পিতৃৰ চকুৰে বৈ অহা লোটকে দি গ’ল প্ৰাপ্তিৰ বাতৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.