বিজেপিত যোগদানৰ যো-জা কংগ্ৰেছী বিধায়কৰ। গেৰুৱা বসন পিন্ধিবলৈ সাজু ৪-৫ কংগ্ৰেছ বিধায়ক। কিন্তু কংগ্ৰেছীৰ বাবে এতিয়া আৰু দুৱাৰ বন্ধ বিজেপিত। কিয় ক’লে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে?