আমেৰিকাত ৰাষ্ট্ৰপতিকেন্দ্ৰিক সংঘাতৰ কাহানিও নেদেখা ৰূপ। US CAPITOL লণ্ডভণ্ড ড’নাল্ড ট্ৰাম্পৰ সমৰ্থকৰ। ৱাশ্বিংটন ডিচিত ব্যাপক হিংসা, মৃত্যু ৪ জনৰ। জ’ বাইডেনৰ জয় মানি ল’বলৈ অপ্ৰস্তুত ড’নাল্ড ট্ৰাম্প। ধ্বংসলীলাৰ মাজতে বাইডেনলৈ ৰাষ্ট্ৰপতি পদৰ প্ৰমাণপত্ৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ