• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ৰোনাৰ প্ৰভাৱত হোৱা মানসিক চাপ (Stress)

ক’ৰোনাৰ প্ৰভাৱত হোৱা মানসিক চাপ (Stress)

6 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

4 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

4 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

4 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

4 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

4 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

4 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

4 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

4 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

5 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

5 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

5 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

5 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

ক’ৰোনাৰ প্ৰভাৱত হোৱা মানসিক চাপ (Stress)

যোগৰ দ্বাৰা কিদৰে মুক্ত হ’ব?

editor by editor
July 28, 2020
in স্বাস্থ্য
0
ক’ৰোনাৰ প্ৰভাৱত হোৱা মানসিক চাপ (Stress)
0
SHARES
336
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিপ্ৰসাদ মজুমদাৰ

যোৱা খণ্ডত যোগশক্তিৰ দ্বাৰা ক’ৰোনাক জয় কৰা বিষয়ে লিখিছিলো । সম্ভৱতঃ আপোনালোক সকলোৱে ইয়াক অনুসৰণ কৰিছে । যিয়েই নহওক, বৰ্তমান সময়ত আমি ক’ৰোনাৰ প্ৰভাৱত যি দীঘলীয়া লকডাউনৰ সন্মুখীন হ’বলগীয়া হৈছে, তাৰ ফলত ঘৰতে আৱদ্ধ হৈ সকলোৰে শাৰীৰিক-মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিছে । ঘনে ঘনে ছেনিটাইজাৰ, মাস্ক ব্যৱহাৰ, অনিয়মীয়া জীৱন-যাপন প্ৰণালী ইত্যাদিৰ ফলত মানৱ শৰীৰত পার্শ্বক্ৰিয়াৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে । সকলো মানুহেই ভৱিষ্যৎ জীৱনক লৈ অনিশ্চয়তাৰ মাজত সোমাই পৰিছে । ফলত কম-বেছি পৰিমাণে সকলোৱেই মানসিক চাপত(Stress) ভুগিছে । কিছুৱে আকৌ অফিচৰ কাম, ছাত্ৰ-ছাত্ৰীসকলে স্কুলৰ ক্লাছ আদি ঘৰৰ পৰাই কৰিব লগা হোৱা বাবে কম্পিউটাৰ, লেপটপ, ম’বাইলৰ লগত বহু সময় কটোৱাৰ ফলত স্পণ্ডিলাইটিছ, ডিঙিৰ বিষ, চকুৰ বিষ, মূৰৰ বিষ ইত্যাদিবোৰ বিসংগতিয়ে দেখা দিছে । ইয়াৰ প্ৰভাৱ মস্তিকতো পৰিছে। অনাগত দিনত এইসমূহৰ পার্শ্বক্ৰিয়াই জটিল ৰোগৰ যে সৃষ্টি নকৰিব তাক  নুই কৰিব নোৱাৰো ।

বাহিৰৰ ৰ’দ-বতাহৰ পৰা আঁতৰত থাকি ভিটামিনৰ অভাৱত ছালৰ ৰোগে দেখা দিব। অত্যধিক ছেনিটাইজাৰ ব্যৱহাৰৰ ফলত আমাৰ শৰীৰৰ ভিতৰলৈ ইয়াৰ কিছু অংশ হ’লেও গৈছে, যাৰ ফলত অনাগত দিনত গ্ৰেষ্ট্ৰো, বৃক্কৰ অসুবিধা হোৱাৰ সম্ভাৱনা অতি স্বাভাৱিক ।

মাস্ক পৰিধান কৰি থকাৰ ফলত নিশাহত ওলাই যোৱা কাৰ্বন-ডাই-অস্কাইড পুনৰ উশাহত Inhale কৰা হৈছে । ই এটা প্ৰকৃতিৰ বিপৰীত ধৰ্মী কথা । আমাৰ নিশাহত ওলাই অহা দূষিত গেছ, বেক্টেৰিয়া বা বীজাণু মাস্কত লাগি পুনৰ উশাহত সেৱন কৰাৰ ফলত নতুন নতুন ৰোগ শৰীৰত প্ৰাদুর্ভাৱ হোৱাটো নিশ্চিত ।

সেয়ে  বৰ্তমান পৰিস্থিতিত এই সকলোবোৰ মিলি যি শাৰীৰিক-মানসিক চাপত (Stress) ব্যক্তি ভুগিবলৈ আৰম্ভ কৰিছে, তাৰ পৰা ‘যোগ’ৰ দ্বাৰা কিদৰে পৰিত্ৰাণ পাব পাৰি, তাৰে এটা পর্যালোচনা আগবঢ়াইছো। ।

যোগৰ পৰিভাষাত যদি কোৱা যায়- ‘কোনো এটা কাম বা বিষয়ৰ প্ৰতি বাৰে বাৰে আসক্ত হৈ, বিষয়টোৰ ওপৰত আগ্ৰহ অথবা সম্পৰ্ক বাঢ়ি গৈ থাকে, তেতিয়াই উচ্ছাভিলাষ হৈ পোৱা অথবা নোপোৱাৰ দোমোজাত পৰি খঙৰ উদ্ৰেক হয়। ফলত মানসিক প্ৰৱঞ্চনা আৰু ভ্ৰমৰ সৃষ্টি হৈ পক্ৰিয়াটোৰ ওপৰত বিশৃংখল মনোভাব আহে আৰু তেতিয়াই মনে অবিবেচক ৰূপে কাৰ্য কৰিব ধৰে । উত্তৰত, বিচৰা পৰিস্থিতি কাৰ্যকৰী নহয় অথবা নাশ হোৱাৰ ফালে ধাৱমান হয় যাৰ বাবে মানসিক চাপৰ সৃষ্টি হ’বলৈ ধৰে।’

কিদৰে যোগ, প্ৰাণায়াম, ধ্যান আদিৰ নিয়মিত চৰ্চা কৰি এই সকলোবোৰ বিসংগতিপূৰ্ণ পৰিৱেশত তাল-মিল বজাই শৰীৰৰ লগতে মস্তিস্ককো সুস্থ ৰাখিবলৈ সক্ষম কৰি তোলে ইয়াক নিম্নক্তোভাৱে আলোচনা কৰিব পাৰি।

তলত দিয়া আসন-প্ৰাণায়ামবোৰ শৰীৰৰ ক্ষমতা অনুযায়ী দৈনিক ৪৫ মিনিটৰ পৰা ১ ঘণ্টাকৈ কোনো প্ৰশিক্ষণপ্ৰাপ্ত যোগ শিক্ষকৰ ওচৰত অনুশীলন কৰিব ।

১) যোগাভ্যাস : প্ৰথমে ১৫ মিনিট মান হাত-ভৰি চালনাৰে সূক্ষ্ম ব্যায়াম কৰিব ।

২) আসন (থিয় হৈ) : তাড়াসন, বৃক্ষাসন, কাতি চক্ৰাসন, বিৰ-ভদ্ৰাসন, ত্ৰিকোণাসন ।

৩) আসন (বহি লৈ) : ভদ্ৰাসন, পদ্মাসন, বজ্ৰাসন, উষ্ট্ৰাসন, মুন্দুকাসন, শসংগাসন।

৪) আসন (পেট পেলাই শুই লৈ) : সলভাসন, ভুজংগাসন, ধনুৰাসন।

৫) আসন (পিঠি পেলাই শুই) : পৱনমুক্তাসন, নৌকাসন, সেতুবন্ধনাসন, সৰ্বাংগাসন, মৎস্যাসন, শৱাসন।

৬) আসন (মূৰ তল কৰি) : শীর্ষাসন, সৰ্বাংগাসন।

৭) প্ৰাণায়ম : নাড়ী-শোধন, ভ্ৰামাৰি, ওঁম-প্ৰাণায়ম,

৮) ক্ৰিয়া : জল-নেতি, সূত্ৰ-নেতি দিনত দুবাৰ (খালী পেটে কৰিব) ।

৯) পঞ্চকৰ্ম : ‘শিৰ-ধাৰা’ খুবেই প্ৰয়োজন ।

১০) ধ্যান : ২০ মিনিট সময় ধ্যান কৰিব। মানসিক স্থিতি বজাই ৰখাৰ বাবে ধ্যান খুবেই জৰুৰী।

১১) মিউজিক থেৰাপি : এই থেৰাপিয়ে মানসিক চাপ বহু পৰিমাণে লাঘৱ কৰে। দৈনিক গান শুনা, গান গোৱা অথবা বাদ্যযন্ত্ৰ বজোৱা অভ্যাস কৰিলে ভাল।

এই যৌগিক নিয়মসমূহ মানি চলিলে খুব সহজে মানসিক চাপ আৰু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব ।

(লেখক মজুমদাৰ, মুখ্য প্ৰশিক্ষক, ‘যোগশক্তি’, গুৱাহাটী, ফোন নং: ৯৪৩৫০৪৯৯৩৪)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asaom Live 24assam live 24covid 19Jyotiprasad Mazumdarstressyogayoga sakti guwahati
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা
জীৱনশৈলী

প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

February 4, 2026
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

January 29, 2026
ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?
জীৱনশৈলী

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

January 24, 2026
বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?
জীৱনশৈলী

বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?

January 20, 2026
Next Post
কঁঠাল খাওক, ক’ৰোনা খেদক

কঁঠাল খাওক, ক’ৰোনা খেদক

জন্মবাৰ্ষিকীত ৰাজ্যৰ ভিন্ন প্ৰান্তত হীৰু দাক সোঁৱৰণ

জন্মবাৰ্ষিকীত ৰাজ্যৰ ভিন্ন প্ৰান্তত হীৰু দাক সোঁৱৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.