• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্ণাটকত বিফল মোদী মেজিক! ষ্টাৰ কেম্পেইনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে এই জয় সম্পৰ্কে মই দুমাহ পূৰ্বেই জানিছিলো’

কৰ্ণাটকত বিফল মোদী মেজিক! ষ্টাৰ কেম্পেইনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে এই জয় সম্পৰ্কে মই দুমাহ পূৰ্বেই জানিছিলো’

3 years ago
ভোট দিবলৈ কি কি নথি লগত নিব? ঘৰতে থৈ যাওক আপোনাৰ মোবাইল, ভোট দিবলৈ যোৱাৰ পূৰ্বেই জানি থওক সবিশেষ

ভোট দিবলৈ কি কি নথি লগত নিব? ঘৰতে থৈ যাওক আপোনাৰ মোবাইল, ভোট দিবলৈ যোৱাৰ পূৰ্বেই জানি থওক সবিশেষ

7 minutes ago
আজি EVMত বন্দী হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য, ৰাজ্যৰ ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে কৰিব ভোটদান

আজি EVMত বন্দী হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য, ৰাজ্যৰ ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে কৰিব ভোটদান

21 minutes ago
তৰমুজ খোৱাৰ পূৰ্বে সাৱধান! নহ’লে ভয়ংকৰ পৰিণাম ভুগিব আপুনি!

তৰমুজ খোৱাৰ পূৰ্বে সাৱধান! নহ’লে ভয়ংকৰ পৰিণাম ভুগিব আপুনি!

7 hours ago
ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু, দুৰ্ভাগ্যই আগুৰি ধৰিব!

ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু, দুৰ্ভাগ্যই আগুৰি ধৰিব!

8 hours ago
ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

9 hours ago
মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

9 hours ago
সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

10 hours ago
আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

11 hours ago
বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

13 hours ago
ডাকঘৰৰ আঁচনিয়ে কৰিব আৰ্থিকভাৱে সৱল! ৩০০ টকাৰ সঞ্চয় কৰি জমা কৰক ১৫ লাখ টকা!

ডাকঘৰৰ আঁচনিয়ে কৰিব আৰ্থিকভাৱে সৱল! ৩০০ টকাৰ সঞ্চয় কৰি জমা কৰক ১৫ লাখ টকা!

13 hours ago
শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

14 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কৰ্ণাটকত বিফল মোদী মেজিক! ষ্টাৰ কেম্পেইনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে এই জয় সম্পৰ্কে মই দুমাহ পূৰ্বেই জানিছিলো’

editor by editor
May 13, 2023
in ভাৰত, ৰাজনীতি
0
কৰ্ণাটকত বিফল মোদী মেজিক! ষ্টাৰ কেম্পেইনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে এই জয় সম্পৰ্কে মই দুমাহ পূৰ্বেই জানিছিলো’
0
SHARES
755
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কৰ্ণাটকত কংগ্ৰেছৰ বৃহৎ জয়! ধুলিস্যাৎ হৈ পৰিল বিজেপি দল৷ কৰ্ণাটকত এইবাৰ চলিল ৰাহুল গান্ধীৰ যাদু৷ বিফল হ’ল মোদীৰ সকলো মেজিক৷
ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা হৈ পৰিল কংগ্ৰেছৰ টাৰ্নিং পইণ্ট৷ এই যাত্ৰাত কৰ্ণাটকৰ হাজাৰ হাজাৰ লোক ওলাই আহিছিল৷ কংগ্ৰেছৰ ৫ গেৰাণ্টীকো আঁকোৱালি ল’লে কৰ্ণাটকৰ জনতাই৷ ইয়াৰ বিপৰীতে বিজেপিৰ হিন্দুত্বৰ ৰাজনীতিৰ পৰাজয়৷

বজৰং দলক ইচ্ছু হিচাপে লৈছিল বিজেপি আৰু মোদীয়ে৷ কংগ্ৰেছক আখ্যা দিয়া হৈছিল মুছলমানৰ দল হিচাপে৷ কৰ্ণাটকত পৰাজয়ৰ পাছতেই এক্সিট প’ল মানি লৈছে হিমন্ত বিশ্ব শৰ্মাইয়ো৷ কৰ্ণাটকত বিজেপিয়ে ভাল ফলাফল নেদেখুৱাই বুলি নিশ্চিত আছিল বুলিও মন্তব্যত আজি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তেওঁ এই সন্দৰ্ভত কয়, মোক অসমৰ কথা সোধক৷ এই ফলাফলক লৈ আচৰিত হ’বলগীয়া একো নাই৷ মই দুমাহ পূৰ্বেই জানিছিলো কৰ্ণাটকত কংগ্ৰেছৰেই জয় হ’ব৷’

বিজয়ৰ পাছত ৰাহুল গান্ধীয়েও মন্তব্যত কয়, পুঁজিপতিক প্ৰত্তুত্ত্যৰ দিছে দেশৰ দৰীদ্ৰ জনতাই৷ ঘৃণাৰ বিপৰীতে প্ৰেমৰ জয় হ’ল কৰ্ণাটকত৷ কৰ্ণাটকৰ পৰা আন ৰাজ্যতো লাহে লাহে পৰিবৰ্তন আহিব৷ ’২৪ ৰ পূৰ্বে কংগ্ৰেছৰ এই জয়ে আশাৰ বতৰা আনিছে বিৰোধীলৈ৷ বিজেপিৰ বাবে ই চিন্তাৰ কাৰণ৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি EVMত বন্দী হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য, ৰাজ্যৰ ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে কৰিব ভোটদান
অসম

আজি EVMত বন্দী হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য, ৰাজ্যৰ ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে কৰিব ভোটদান

April 9, 2026
আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?
অসম

আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

April 8, 2026
স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?
জীৱনশৈলী

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

April 8, 2026
তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?
খাদ্য

তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?

April 8, 2026
Next Post
বেয়া দিনতেই ঘটিল ঘটনা! বিজেপিৰ কাৰ্যালয়ত সোমাল সাপ, তাৰপিছত…

বেয়া দিনতেই ঘটিল ঘটনা! বিজেপিৰ কাৰ্যালয়ত সোমাল সাপ, তাৰপিছত...

কৰ্ণাটকত কংগ্ৰেছৰ বিজয়েৰে দক্ষিণৰ ৫ খন ৰাজ্যই এতিয়া বিজেপিমুক্ত! মোদী মেজিক নহয় এইবাৰ ৰাহুলৰ প্ৰেমৰ ৰাজনীতিত মুগ্ধ জনতা

কৰ্ণাটকত কংগ্ৰেছৰ বিজয়েৰে দক্ষিণৰ ৫ খন ৰাজ্যই এতিয়া বিজেপিমুক্ত! মোদী মেজিক নহয় এইবাৰ ৰাহুলৰ প্ৰেমৰ ৰাজনীতিত মুগ্ধ জনতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.