• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘খেলতকৈ ধৰ্মৰ স্থান সদায়ে আগত, ইছলাম ধৰ্ম মানি বাকী জীৱন কটাব খোজো!’ ১৮ বছৰতেই ক্ৰিকেটক বিদায় দিলে পাকিস্তানৰ মহিলা ক্ৰিকেটাৰে

‘খেলতকৈ ধৰ্মৰ স্থান সদায়ে আগত, ইছলাম ধৰ্ম মানি বাকী জীৱন কটাব খোজো!’ ১৮ বছৰতেই ক্ৰিকেটক বিদায় দিলে পাকিস্তানৰ মহিলা ক্ৰিকেটাৰে

3 years ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

7 minutes ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

56 minutes ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

1 hour ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

2 hours ago
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

2 hours ago
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

3 hours ago
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

3 hours ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

5 hours ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

5 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

6 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

6 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

‘খেলতকৈ ধৰ্মৰ স্থান সদায়ে আগত, ইছলাম ধৰ্ম মানি বাকী জীৱন কটাব খোজো!’ ১৮ বছৰতেই ক্ৰিকেটক বিদায় দিলে পাকিস্তানৰ মহিলা ক্ৰিকেটাৰে

editor by editor
July 20, 2023
in ক্ৰীড়া, বিশ্ব
0
‘খেলতকৈ ধৰ্মৰ স্থান সদায়ে আগত, ইছলাম ধৰ্ম মানি বাকী জীৱন কটাব খোজো!’ ১৮ বছৰতেই ক্ৰিকেটক বিদায় দিলে পাকিস্তানৰ মহিলা ক্ৰিকেটাৰে
0
SHARES
346
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মাত্ৰ ১৮ বছৰ বয়সতেই সম্ভাৱনাময় কেৰিয়াৰ বাদ দিলে। উদ্দেশ্য ইছলাম ধৰ্ম প্ৰচাৰ কৰাৰ। পাকিস্তানৰ মহিলা ক্ৰিকেট দলৰ আগশাৰীৰ ক্ৰিকেটৰ আয়েশা নাছিমে অৱসৰ ল’লে ক্ৰিকেটৰ পৰা। মাত্ৰ ১৮ বছৰ বয়সতেই আয়েশাই খেলিছে ৩৮খন আন্তৰ্জাতিক খেল। কিন্তু এই সম্ভাৱনাময় ভৱিষ্যতকলৈ তেওঁ বিশেষ আগ্ৰহী নহয় তাতকৈ তেওঁৰ বাবে ধৰ্মপ্ৰচাৰহে প্ৰধান বিষয়। সেয়ে আয়েশাই বৃহস্পতিবাৰে ললে ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত। জীৱনৰ বাকীকালছোৱা তেওঁ ইছলাম ধৰ্ম প্ৰচাৰত ব্ৰতী হ’ব বুলিও জনাইছে। কেৰিয়াৰৰ উত্থানৰ সময়তেই এই সিদ্ধান্ত লোৱাত আচৰিত হৈ পৰিছে বিশ্বৰ ক্ৰিকেটপ্ৰেমী জনতা। আয়েশাই বৃহস্পতিবাৰে পাক ক্ৰিকেট বৰ্ডক জনায়, ‘মই ক্ৰিকেটৰ পৰা অৱসৰ ল’ব বিচাৰো। জীৱনৰ বাকীছোৱা কাল মই ইছলাম ধৰ্ম প্ৰচাৰক হিচাপে কটাব খোজো।’

২০২০ চনৰ আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটিছিল আয়েশাৰ। ৩০খনকৈ টি-২০ আৰু চাৰিখন এদিনীয়া মেছ পাকিস্তান দলৰ হৈ খেলিছে আয়েশাই। টি-২০ত তেওঁ কৰিছে সৰ্বমুঠ ৩৬৯ৰান আৰু এদিনীয়াত তেওঁৰ সৰ্বাধিক ৰান ৩৩। এই বছৰৰ আৰম্ভনিতেই শেষৰখন খেল খেলিছে আয়েশাই। পাকিস্তানৰ যুৱতীসকলৰ বাবে তেওঁ প্ৰেৰণা বুলিও বহুতে চৰ্চা কৰাৰ সময়তে তেওঁ ল’লে এই সিদ্ধান্ত। আয়েশাৰ সিদ্ধান্তত সকলোৱে আচৰিত হৈছে। সম্ভাৱনা থকা এগৰাকী ক্ৰিকেটাৰে এই সিদ্ধান্ত লোৱাৰ আঁৰত ধৰ্ম নে আন কিবা সেই বিষয়েও চলিছে চৰ্চা। কিন্তু আয়েশাই এই সন্দৰ্ভত স্পষ্টকৈ জনাইছে যে তেওঁ ধৰ্ম আৰু খেলৰ মাজত ধৰ্মকেই আগস্থান দিয়ে। সেয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?
জীৱনশৈলী

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

March 30, 2026
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী
ক্ৰীড়া

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

March 30, 2026
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!
বিশ্ব

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

March 29, 2026
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?
ক্ৰীড়া

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

March 29, 2026
Next Post
ভয়াৱহ ভূমিস্খলন! ১৩গৰাকীকৈ লোক নিহত হোৱাৰ বিপৰীতে এতিয়াও সন্ধানহীন শতাধিক লোক

ভয়াৱহ ভূমিস্খলন! ১৩গৰাকীকৈ লোক নিহত হোৱাৰ বিপৰীতে এতিয়াও সন্ধানহীন শতাধিক লোক

সকলোতকৈ ধনী বিধায়ক ডি কে শিৱকুমাৰ! দেশৰ আটাইতকৈ দুখীয়া বিধায়কৰ হাতত নাই অৰুণোদয়ত পোৱাৰ সমানো ধন, কোন এই বিধায়ক?

সকলোতকৈ ধনী বিধায়ক ডি কে শিৱকুমাৰ! দেশৰ আটাইতকৈ দুখীয়া বিধায়কৰ হাতত নাই অৰুণোদয়ত পোৱাৰ সমানো ধন, কোন এই বিধায়ক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.