• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৱাহাটীৰ বি. বৰুৱা কেন্সাৰ ইনষ্টিটিউটত উপলব্ধ কম খৰচত ৰেডিঅ’ থেৰাপী আৰু কৰ্কট ৰোগৰ সকলো উন্নত চিকিৎসা।

গুৱাহাটীৰ বি. বৰুৱা কেন্সাৰ ইনষ্টিটিউটত উপলব্ধ কম খৰচত ৰেডিঅ’ থেৰাপী আৰু কৰ্কট ৰোগৰ সকলো উন্নত চিকিৎসা।

5 years ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

3 minutes ago
অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

56 minutes ago
নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

2 hours ago
AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

3 hours ago
শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

4 hours ago
পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!

পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!

4 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যৰ তলা খুলিব ৩ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

5 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

16 hours ago
আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

17 hours ago
Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

17 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? পঢ়ক ৰাশিফল

17 hours ago
আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

গুৱাহাটীৰ বি. বৰুৱা কেন্সাৰ ইনষ্টিটিউটত উপলব্ধ কম খৰচত ৰেডিঅ’ থেৰাপী আৰু কৰ্কট ৰোগৰ সকলো উন্নত চিকিৎসা।

editor by editor
September 26, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, স্বাস্থ্য
0
0
SHARES
391
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যি সময়ত মৃত্যুদূত স্বৰূপ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে  মুম্বাই অথবা ভেলৰলৈ যাব লাগে বুলি অসম ৰোগীসকলৰ মাজত এক ধাৰণা গঢ় লৈ উঠিছিল ঠিক সেই সময়তে গুৱাহাটী মহানগৰীত কৰ্কট ৰোগৰ সকলো উন্নত চিকিৎসা উপলব্ধ হোৱা বুলি মত প্ৰকাশ কৰিছে বি. বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে৷

অসম হ’ল ভাৰতৰ ‘কেন্সাৰ কেপিটেল’। সমগ্ৰ দেশত মুঠ কেন্সাৰ ৰেজিষ্ট্ৰী আছে ৩৬ খন। তাৰ ভিতৰত ১১ কেন্সাৰ ৰেজিষ্ট্ৰী আছে অসমত। ভাৰতত প্ৰতি লাখ লোকৰ মাজত কৰ্কট ৰোগীৰ সংখ্যা ১২০ গৰাকী। মিজোৰামত এই সংখ্যা প্ৰতিলাখ লোকৰ মাজত ২৬৯ গৰাকী। একেদৰে কামৰূপ মহানগৰত প্ৰতিলাখত কৰ্কট ৰোগী ২১৬ গৰাকী। এনে এক সময়তে গুৱাহাটীত উপলব্ধ কৰ্কট ৰোগৰ সকলো উন্নত চিকিৎসা। বি. বৰুৱা কেন্সাৰ ইনষ্টিটিউটত কম খৰচত উপলব্ধ ৰেডিঅ’ থেৰাপী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: b. borooah cancer hospitalcancer in assamcancer in north eastradio therapy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা
জীৱনশৈলী

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

August 2, 2026
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?
জীৱনশৈলী

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

August 1, 2026
কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?
বিনোদন

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

August 1, 2026
উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ
জীৱনশৈলী

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

August 1, 2026
Next Post
৩দিনীয়া ভ্ৰমণ সামৰি স্ব-দেশত উপস্থিত প্ৰধানমন্ত্ৰী, মোদী-বাইডেনৰ শেহতীয়া সাক্ষাতত চিন্তিত ভাৰতবিৰোধী ৰাষ্ট্ৰ

৩দিনীয়া ভ্ৰমণ সামৰি স্ব-দেশত উপস্থিত প্ৰধানমন্ত্ৰী, মোদী-বাইডেনৰ শেহতীয়া সাক্ষাতত চিন্তিত ভাৰতবিৰোধী ৰাষ্ট্ৰ

আয়ুষ্মান ভাৰত ডিজিটেল মিছন উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, প্ৰতিগৰাকী ভাৰতীয়ই লাভ কৰিব ডিজিটেল হেল্থ আইডি

আয়ুষ্মান ভাৰত ডিজিটেল মিছন উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, প্ৰতিগৰাকী ভাৰতীয়ই লাভ কৰিব ডিজিটেল হেল্থ আইডি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.