কান্ধত জোলোঙা লৈ পাণ দোকানত চিগাৰেট বেচা বিজেপি নেতা দিবন ডেকা কেনেকৈ হ’ল চাকৰিৰ বেপাৰী? পতিৰ চাকৰিৰ বেপাৰ, দল-চৰকাৰক একো নিবিচৰা দিবন ডেকাৰ পত্নীয়ে ল’লে চাকৰি।আৰু কি পাবলৈ বাকী থাকিল SI পৰীক্ষা কেলেংকাৰিৰ অন্যতম অভিযুক্ত দিবন ডেকাৰ?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ