• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনপ্ৰিয় ইউটিউবাৰ Dhruv Ratheeৰ হাতত ধৰাসায়ী ছলমান খানৰ Bigg Boss

জনপ্ৰিয় ইউটিউবাৰ Dhruv Ratheeৰ হাতত ধৰাসায়ী ছলমান খানৰ Bigg Boss

3 years ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

33 minutes ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

1 hour ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

2 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

3 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

4 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

4 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

22 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

23 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

1 day ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

1 day ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

জনপ্ৰিয় ইউটিউবাৰ Dhruv Ratheeৰ হাতত ধৰাসায়ী ছলমান খানৰ Bigg Boss

editor by editor
July 28, 2023
in বিনোদন, ভাৰত
0
জনপ্ৰিয় ইউটিউবাৰ Dhruv Ratheeৰ হাতত ধৰাসায়ী ছলমান খানৰ Bigg Boss
0
SHARES
470
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ছলমান খানে হষ্ট কৰা কালাৰ্ছৰ বিতৰ্কিত শ্ব’ বিগ-বছৰ প্ৰকৃত স্বৰূপ উদঙালে জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰথীয়ে। Bigg boss ধৰাসায়ী হ’ল Dhruv Ratheeৰ হাতত। কিন্তু কিয় আৰু কেনেকৈ?

দেশৰ অন্যতম এটা জনপ্ৰিয় Reality Show হৈছে bigg Boss। কিন্তু এই বিগ বছৰ গুৰি গোষ্ঠী উভালিলে জনপ্ৰিয় ইউটুবাৰ ধ্ৰুৱ ৰথীয়ে। কেৱল গুৰি গোষ্ঠীয়েই নহয়, টকা ঘটিবৰ বাবে ইয়াতকৈ নিৰ্ম্নপৰ্যায়ৰ show থাকিবই নোৱাৰে বুলি তীব্ৰ সমলোচনা কৰিলে ইউটিউবাৰ ধ্ৰৱ ৰথীয়ে। কিন্তু কিয়? কিয় ধ্ৰৱ ৰথীয়ে তুলা-ধুনা দিলে bigg bossক?

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছিল যে জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰথীয়ে Wild Card Entry জৰিয়তে দেশৰ জনপ্ৰিয় reality show Big Bossত প্ৰৱেশ কৰিব কিন্তু এইখবৰ প্ৰকাশ পোৱাৰ পাছতেই খঙত ফাটি পৰা ধ্ৰৱ ৰথীয়ে সমালোচনাৰে গুৰি গোষ্ঠী উভালিলে Bigg Bossৰ।

কেৱল সমালোচনাই নহয়। টকা আৰু TRPৰ কাৰণে Bigg bossৰ অৰ্গেনাইজাৰ সকলো কি পৰ্যায়লৈ নামিব পাৰে তাকো তথ্য সহকাৰে বুজাই দিলে ধ্ৰৱ ৰথীয়ে।
ধ্ৰৱ ৰথীয়ে কয়, ‘bigg bossত এনে পৰিবেশৰ সৃষ্টি কৰা হয় য’ত বাধ্যত পৰি প্ৰতিযোগীসকলে কাজিয়াত ভাগ ল’ব লাগিব। Bigg Bossত বিশেষ চৰ্ত অনুসৰি প্ৰতিযোগীসকলৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱা হয়। য’ত প্ৰতিযোগীসকল খিংখিঙীয়া হৈ পৰে আৰু ইজনে আনজনক আক্ৰমণ কৰে। তেনে কাজিয়া বা আক্ৰমণৰ দৃশ্য দেখুৱাই TRP কালেক্ট কৰি সেই Reality Show টোৰ জৰিয়তে দেশৰ জনতাক ব্যস্ত ৰাখে। বিজ্ঞাপন কোম্পানীৰ পৰা হাজাৰ হাজাৰ কোটি টকা উপাৰ্জন কৰে Bigg Bossএ।’

লগতে তেওঁ উল্লেখ কৰে, ‘Bigg Bossৰ দৰে সস্তীয়া Reality Showৰ দৰে ভাৰতত আন একো অনুষ্ঠানেই নাই।’ লগতে তেওঁ কয় যে, ১৯৮৪ চনত প্ৰকাশ পোৱা উপন্যাস Big Brotherৰ কিতাপখনৰ পৰা কেনেদৰে Idiea চুৰ কৰি বিভিন্ন দেশ বাগৰি ভাৰতত কেনেদৰে Bigg Boss ৰিয়েলিটি শ্ব’ৰ জন্ম হ’ল তাৰ বিষয়েও ভাঙিপাতি বুজাই দিয়ে ইউটিউবাৰ ধ্ৰৱ ৰথীয়ে। শেষত এনে সস্তীয়া Reality Showত অগণন টকা দিলেও ভাগ নলও বুলি স্পষ্ট কৰি দিয়ে জনপ্ৰিয় ইউটিউবাৰগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

March 14, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
ভাৰতৰ নিচিনা দেশ এৰি আহিছো বুলি পস্তাব নালাগে বাবেই অঞ্জুক আদৰিবলৈ আমাৰ অ’তবোৰ আয়োজনঃ পাকিস্তানী স্বামী নাছৰুল্লাহ

ভাৰতৰ নিচিনা দেশ এৰি আহিছো বুলি পস্তাব নালাগে বাবেই অঞ্জুক আদৰিবলৈ আমাৰ অ’তবোৰ আয়োজনঃ পাকিস্তানী স্বামী নাছৰুল্লাহ

কাম নাই, খাদ্য নাই, আৰক্ষীয়ে ঘৰৰ পৰা ওলাব নিদিয়ে, ঘৰৰ পৰা উলিয়াই দিয়ে ভাড়াঘৰৰ মালিকেও! দুৰ্বিসহ হৈ পৰিছে শচীন-সীমাৰ জীৱন

কাম নাই, খাদ্য নাই, আৰক্ষীয়ে ঘৰৰ পৰা ওলাব নিদিয়ে, ঘৰৰ পৰা উলিয়াই দিয়ে ভাড়াঘৰৰ মালিকেও! দুৰ্বিসহ হৈ পৰিছে শচীন-সীমাৰ জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.