জনস্বাস্থ্য কাৰিকৰীৰ অভিযন্তা বিজিত দত্তৰ ৰাজকোষ লুণ্ঠন। য'তে পোষ্টিং, ত'তে লুণ্ঠন। বৰপেটাত ৩০০ কোটি টকাৰ কেলেংকাৰি, নলবাৰীত ১ কোটিৰ, তিতাবৰত ২০০ কোটিৰ।