তলা বন্ধ হাস্পতালৰ ভিতৰত মৃতদেহ। চৰকাৰী হাস্পতালৰ শ্মশান যাত্ৰা। নাই চিকিৎসক, নাই নাৰ্ছ। ফে’চবুক লাইভেৰে উদঙালে ভুক্তভোগীয়ে। স্বাস্থ্যমন্ত্ৰী ব্যস্ত মোগলৰ সৈতে যুঁজত।