বিশৃংখল নেকি শৃংখল চলিহা? জুবিন গাৰ্গলৈ কি প্ৰত্যুত্তৰ শৃংখল চলিহাৰ? লাচিত সেনাৰ সংবিধানত কোনবোৰ কথা আছে? ২০২১ৰ নিৰ্বাচনত শৃংখল চলিহাই ৰাজনীতিৰ পথাৰত নামিবনে? দীপক শৰ্মাৰ সৈতে Burning Issueত আজিৰ অতিথি শৃংখল চলিহা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ