নিৰ্বাচনৰ বতৰত নেতাই পিন্ধে জাপি, ভোটাৰক পিন্ধায় টুপী। গছে পাত সলোৱাৰ দৰে ৰূপ সলাইছে নেতাই। নিবৰ্চনী সভাত হিমন্ত বিশ্ব শৰ্মাৰ নতুন ৰূপ।