ৰাজ্যত এতিয়া আৰম্ভ পতাকা বিতর্ক। পতাকাৰ ৰঙক লৈ তৰল ৰাজনৈতিক যুক্তিযুদ্ধ। আচলতে মূল ইছ্যুৰ পৰা ফালৰি কটাৰ প্ৰয়াস নেকি?