• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাঁচ মাহৰ ভিতৰত আজি অষ্টমটো চিতাৰ মৃত্যু, প্ৰধানমন্ত্ৰীৰ ওপজা দিনত কুন্নো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা ৮ চিতাই সাবটিলে মৃত্যুক

3 years ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

35 minutes ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

1 hour ago
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

2 hours ago
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

21 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

22 hours ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

23 hours ago
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

1 day ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাঁচ মাহৰ ভিতৰত আজি অষ্টমটো চিতাৰ মৃত্যু, প্ৰধানমন্ত্ৰীৰ ওপজা দিনত কুন্নো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা ৮ চিতাই সাবটিলে মৃত্যুক

editor by editor
July 14, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
পাঁচ মাহৰ ভিতৰত আজি অষ্টমটো চিতাৰ মৃত্যু, প্ৰধানমন্ত্ৰীৰ ওপজা দিনত কুন্নো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা ৮ চিতাই সাবটিলে মৃত্যুক
0
SHARES
143
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কুন্নো ৰাষ্ট্ৰীয় উদ্যানত আকৌ মৃত্যু এটা চিতাৰ৷ এটাৰ পাছত আনটো চিতাৰ মৃত্যু হৈছে কুন্নো ৰাষ্ট্ৰীয় উদ্যানত৷ এক সপ্তাহৰ ভিতৰতেই দ্বিতীয়টো চিতাৰ মৃত্যু ঘটিছে উদ্যানখনত৷ বিগত ৫মাহৰ ভিতৰত ৮টা চিতাৰ ইতিমধ্যে মৃত্যু ঘটিছে৷

ৰাষ্ট্ৰীয় উদ্যানখনত শুকুৰবাৰে পুৱাই সুৰজ নামৰ চিতাটোক মৃত্য অৱস্থাত পোৱা গৈছে৷ আজি পুৱাৰ ভাগত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে চিতাটো৷ বৰ্তমানলৈকে ৫টা চিতা আৰু ৩টা চিতাৰ পোৱালী মৃত অৱস্থাত পোৱা গৈছে৷ শেহতীয়াকৈ আজি মৃত্যুৰ সাবটা সুৰজ নামৰ চিতাটোৰ পোষ্টমৰ্টেমৰ পাছতহে মৃত্যুৰ কাৰণ নিশ্চিত হ’ব বুলি জনাইছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷

উল্লেখ্য যে, দুদিন পূৰ্বেই তেজছ নামৰ আন এটা চিতা মৃত অৱস্থাত উদ্ধাৰ হৈছিল৷ তেজছৰ মৃত্যু হৈছিল আন এটা চিতাৰ সৈতে হোৱা যুদ্ধত৷ তেজছে আনটো চিতাৰ সৈতে যুদ্ধত অত্যাধিক পৰিমানে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাবটি লয়৷ পোষ্টমৰ্টেম ৰিপৰ্টত তেজছৰ মৃত্যুৰ কাৰণ যুদ্ধত পোৱা আঘাতৰ ফলতেই হৈছিল বুলি পোৱা গৈছে৷ এটাৰ পাছত আনটো চিতাৰ মৃত্যুক লৈ চিন্তিতও হৈ পৰিছে কুনো পাৰ্কৰ দায়িত্বত থকা লোকসকল৷

এতিয়া পাৰ্কত কেইটা চিতা আছে?
২০২২ বৰ্ষৰ ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত নামিবীয়াৰ পৰা অনা হৈছিল ৮টাকৈ চিতা বাঘ৷ তাৰপিছতেই ১৮ ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাৰ পৰা ১২ টা চিতা আনিছিল মোদী চৰকাৰে৷ কুনোলৈ মোদীয়ে মুঠ ২০টা চিতা আনিছিল৷ বৰ্তমানলৈ এই চিতাকেইটাৰ ভিতৰত ৮টা চিতাই মৃত্যুক সাবটি লৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ
জীৱনশৈলী

March 11, 2026
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

March 11, 2026
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ
জীৱনশৈলী

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

March 11, 2026
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

March 10, 2026
Next Post
গৰ্বিত অসমবাসী! অসম সন্তানৰ হাতৰ ৰিমটৰ টিপাতেই উৎক্ষেপণ হ’ল চন্দ্ৰযান-৩

মুম্বাইৰ ধাৰাভি বস্তি পুনঃনিৰ্মাণৰ সিদ্ধান্ত! পুনঃনিৰ্মাণৰ দায়িত্ব আদানী গোষ্ঠীক দিলে মহাৰাষ্ট্ৰ চৰকাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন