মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তত নগাৰ সন্ত্ৰাস। প্ৰতিবাদকাৰী অসমীয়াক আক্ৰমণ কৰিবলৈ মাৰণাস্ত্ৰধাৰী নগা। নগাৰ আগ্ৰাসনৰ প্ৰতিবাদত অসমীয়াৰ অৰ্থনৈতিক অৱৰোধ।