পুনৰ নিযুক্তি কেলেংকাৰি! গৃহৰক্ষী বাহিনীৰ জোৱানৰ শাৰীৰিক সক্ষমতাৰ পৰীক্ষাত কেলেংকাৰিৰ অভিযোগ। পৰীক্ষাত উত্তীৰ্ণ বঞ্চিত, পৰীক্ষা নিদিয়াও উঠিল বাছনিত।