পুনৰ মৰিয়নি সীমান্তত কৃষকক নগাৰ ভাবুকি। কৃষকলৈ জাননী প্ৰেৰণ আওচেনডান ভিলেইজ কাউন্সিলৰ। জাননীৰ পাছতেই অগ্নিগৰ্ভ অসম-নাগালেণ্ড সীমান্ত।