বিজেপি IT CELLৰ ১৫০০ টকীয়া দুৰ্লভ আটক। নিতৌ সাম্প্ৰদায়িক মন্তব্য কৰা পিলিঙাটোৱে আহোম-মুছলমানক সাঙুৰি কৰা বিতৰ্কিত মন্তব্যৰ বাবে পৰিল আইনী লেঠাত।