অসম লাইভ ২৪ঃ কেন্দ্ৰৰ ৩ খন কৃষি আইনৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰিছে বিধানসভাই। কৃষকৰ পক্ষ লৈ এই আইন ৩ খনৰ বিৰোধিতা কৰিলে কেৰালা বিধানসভাই।
কেন্দ্ৰক কৃষকৰ যুক্তি সিদ্ধ দাবীৰ প্ৰতি সমৰ্থন জনাই আইন ৩ খন বাতিলৰ দাবী জনালে কেৰালা বিধানসভাই। উল্লেখ্য এমাহৰো অধিক সময় কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছে কৃষকসকলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ