অসম লাইভ২৪ঃ
‘প্রধানমন্ত্ৰীয়েই নহয় বিজেপি দলে খুব ভয় খাইছে’
‘বিৰোধী একগোট হোৱাত ভয়ত কঁপিছে নৰেন্দ্ৰ মোদী’
‘কৰ্ণাটকৰ পাছতেই দেশৰ এখনৰ পাছত এখন ৰাজ্যত হাৰিবলৈ লৈছে’
মোদীয়ে বিৰোধী দলৰ মিটিঙক লৈ কৰা মন্তব্যৰ প্ৰত্ত্যুত্তৰ যুৱ কংগ্ৰেছী নেতাৰ
Srinivas BVয়ে প্রধানমন্ত্ৰীক তীব্ৰ সমালোচনা কৰি কয়
‘মোদীয়ে পৰিয়ালকেন্দ্ৰীক ৰাজনীতিৰ কথা ক’লে নুশুৱাই’
‘তেওঁৰ কিমান নেতা পালিনেতাই পৰিয়ালকেন্দ্ৰীক ৰাজনীতি কৰিছে খবৰ লওক’
‘ভগৱানৰ নামত ৰাজনীতি কৰা নেতাই ভগৱানৰ নামতে দুৰ্নীতি কৰি আছে’
‘মণিপুৰ বিগত ৭৫ দিন ধৰি জ্বলি আছে খবৰ ল’বলৈ কিয় সময় নাই মোদীৰ?’
‘দামবৃদ্ধিক লৈ মাত মাতিবলৈ কিয় সময় হোৱা নাই প্ৰধানমন্ত্ৰীৰ?’
‘দেশৰ নিবনুৱাক লৈ মাত মাতিবলৈ কিয় ভয় কৰে প্ৰধানমন্ত্ৰীয়ে?’
‘যি টোপোলা লৈ দিল্লীলৈ আহিছিল সেই টোপোলা আকৌ বান্ধক’
মোদীক থৈ অহাৰ দায়িত্ব কংগ্ৰেছে ল’ব বুলি মন্তব্য যুৱ কংগ্ৰেছ নেতাৰ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ