• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ কোটি কোটি জনতাৰ বাবে ভাল খবৰ! ছাহাৰাৰ হেৰুৱা ধন ঘূৰাই পাবলৈ কেনেকৈ কৰিব আৱেদন?

দেশৰ কোটি কোটি জনতাৰ বাবে ভাল খবৰ! ছাহাৰাৰ হেৰুৱা ধন ঘূৰাই পাবলৈ কেনেকৈ কৰিব আৱেদন?

3 years ago
কেদাৰনাথ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে মনত ৰাখক এই ৮টা কথা

কেদাৰনাথ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে মনত ৰাখক এই ৮টা কথা

4 hours ago
ঘৰত মাখি আৰু পৰুৱাৰ উপদ্ৰৱ, মাত্ৰ ৫টা সহজ উপায়েৰে কৰক দূৰ!

ঘৰত মাখি আৰু পৰুৱাৰ উপদ্ৰৱ, মাত্ৰ ৫টা সহজ উপায়েৰে কৰক দূৰ!

5 hours ago
আনৰ সফলতা দেখি মন বেয়া লাগে নেকি? তেন্তে জানক এই কথা

আনৰ সফলতা দেখি মন বেয়া লাগে নেকি? তেন্তে জানক এই কথা

6 hours ago
শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!

শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!

6 hours ago
মোহময়ী অভিনেত্ৰী তমন্নাৰ ভৰিত ধৰি ক্ষমা বিচাৰিব অন্নু কাপুৰে! হঠাতে কি হ’ল?

মোহময়ী অভিনেত্ৰী তমন্নাৰ ভৰিত ধৰি ক্ষমা বিচাৰিব অন্নু কাপুৰে! হঠাতে কি হ’ল?

7 hours ago
পিতৃয়ে চুম্বন কৰিলে নায়িকাক, পুত্ৰ থাকিল চাই! তাৰ পিছত…

পিতৃয়ে চুম্বন কৰিলে নায়িকাক, পুত্ৰ থাকিল চাই! তাৰ পিছত…

7 hours ago
কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

8 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

8 hours ago
ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

9 hours ago
গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

10 hours ago
মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

10 hours ago
সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

দেশৰ কোটি কোটি জনতাৰ বাবে ভাল খবৰ! ছাহাৰাৰ হেৰুৱা ধন ঘূৰাই পাবলৈ কেনেকৈ কৰিব আৱেদন?

editor by editor
July 18, 2023
in বাণিজ্য, ভাৰত
0
দেশৰ কোটি কোটি জনতাৰ বাবে ভাল খবৰ! ছাহাৰাৰ হেৰুৱা ধন ঘূৰাই পাবলৈ কেনেকৈ কৰিব আৱেদন?
0
SHARES
406
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
কোটি কোটি লোকৰ বাবে ডাঙৰ খবৰ
লোকচানৰ ধন ঘূৰাই পাব আপুনি
ছাহাৰাত একাউণ্ট থকা সকলৰ বাবে বৃহৎ সিদ্ধান্ত
পৰ্টেলৰ জৰিয়তে আৱেদন কৰিলে একাউণ্টত সোমাব ধন
কেনেকৈ আৱেদন কৰিব ছাহাৰাত থকা ধনৰ বাবে?
আপুনি CRCS ছাহাৰা ৰিফাণ্ড পৰ্টেলত যাব লাগিব
৬টা বিশেষ পদ্ধতিৰে কৰিব পাৰিব আৱেদন
পঞ্জীয়নৰ বাবে লাগিব আধাৰ লিংক থকা মোবাইল নম্বৰ
আপোনাৰ বেংক একাউণ্ট আধাৰৰ সৈতে লিংক থাকিব লাগিব
ছাহাৰা ৰিফাণ্ড পৰ্টেলত গৈ LOGIN কৰিব লাগিব
আপোনাৰ আধাৰ নম্বৰৰ শেষ ৪টা নম্বৰ জমাকৰ্তা পঞ্জীকৰণত জমা দিয়ক
আধাৰৰ সৈতে সংযোগী মোবাইল নম্বৰ অন্তৰ্ভূক্ত কৰক
ইয়াৰ পাছতেই আপুনি লাভ কৰিব OTP
এই OTPটো আপুনি অন্তৰ্ভূক্ত কৰক
ইয়াৰ পাছতেই পঞ্জীয়ন হ’ব আপোনাৰ
পাছৰ পৰ্যায়ত জমাকৰ্তা LOGINত আপুনি ক্লিক কৰক
আকৌ আধাৰ নম্বৰ অন্তৰ্ভূক্ত কৰক
ইয়াৰ পাছতেই ACCEPT অপশ্ব্যনত ক্লিক কৰক
তাৰপাছতেই দেখিব আন এক অপশ্ব্যন
এই অপশ্ব্যনত OK কৰি পুৰণ কৰিব লাগিব এখন বিশেষ ফৰ্ম
৫০হাজাৰতকৈ অধিক টকা লাভ কৰিবলগা থাকিলে পান নম্বৰো কৰিব লাগিব অন্তৰ্ভূক্ত
ইয়াৰ পাছতেই চাবমিট অপশ্ব্যনত ক্লিক কৰক
এই বিশেষ ফৰ্মখন আপুনি কৰিব লাগিব ডাউনল’ড
ফৰ্মখনত লগাব লাগিব আপোনাৰ এখন ফটো
ফৰ্মৰ তলত লাগিব আপোনাৰ স্বাক্ষৰ
প্ৰপত্ৰ আপলোড কৰাৰ পাছতেই লাভ কৰিব SMS
৪৫ দিনৰ ভিতৰত লাভ কৰিব পাবলগীয়া ধন
২২ মাৰ্চ, ’২২ৰ পূৰ্বলৈ যদি ধন জমা আছে আপুনি যোগ্য হ’ব
ছাহাৰা ক্ৰেডিট ক’অপাৰেটিভ ছচাইটি লিমিটেড, লক্ষ্নৌত বিনিয়োগ কৰাসকলে ঘূৰাই পাব ধন
ছাহাৰা ইউনিভাৰ্ছেল মাল্টিপাৰপাছ ছচাইটি লিমিটেড ভূপাল বিনিয়োগ কৰাসকলে ঘূৰাই পাব ধন
হামাৰা ইণ্ডিয়া ক্ৰেডিট ক’অপাৰেটিভ ছচাইটি লিমিটেড কলকাতা
৫হাজাৰ কোটি টকা উভতাই দিয়া হ’ব জনতাক
২৯মাৰ্চ ২০২৩ৰ পূৰ্বে ষ্টাৰ্ছ মাল্টিপাৰপাছ ক’ অপাৰেটিভ ছচাইটি লিমিটেড হায়দাৰাবাদ
এইকেইটা ক্ষেত্ৰত বিনিয়োগ কৰা ধন উভতাই পাব গ্ৰাহকে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক
বাণিজ্য

কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

April 24, 2026
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস
বাণিজ্য

আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

April 24, 2026
গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?
বাণিজ্য

গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

April 24, 2026
বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে
জীৱনশৈলী

বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

April 24, 2026
Next Post
UPA নহয় INDIA, মহাজোঁটে ল’লে কি কি বৃহৎ সিদ্ধান্ত? সবিশেষ…

UPA নহয় INDIA, মহাজোঁটে ল’লে কি কি বৃহৎ সিদ্ধান্ত? সবিশেষ...

সন্তানৰ প্ৰতি দায়বদ্ধতা! চলন্ত বাছৰ সন্মুখত জঁপিয়ালে মহিলাই, কিন্তু কিয়?

সন্তানৰ প্ৰতি দায়বদ্ধতা! চলন্ত বাছৰ সন্মুখত জঁপিয়ালে মহিলাই, কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.