• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
UPA নহয় INDIA, মহাজোঁটে ল’লে কি কি বৃহৎ সিদ্ধান্ত? সবিশেষ…

UPA নহয় INDIA, মহাজোঁটে ল’লে কি কি বৃহৎ সিদ্ধান্ত? সবিশেষ…

3 years ago
চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

8 hours ago
মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

9 hours ago
মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

10 hours ago
চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

10 hours ago
সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

11 hours ago
ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

12 hours ago
৩৮ বছৰ পিছত পোহৰলৈ আহিল বিস্ময়কৰ ঘটনা, হাস্পতালতে সাল-সলনি হৈছিল দুটি শিশু

৩৮ বছৰ পিছত পোহৰলৈ আহিল বিস্ময়কৰ ঘটনা, হাস্পতালতে সাল-সলনি হৈছিল দুটি শিশু

12 hours ago
আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

13 hours ago
স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

14 hours ago
আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

15 hours ago
মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

16 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

UPA নহয় INDIA, মহাজোঁটে ল’লে কি কি বৃহৎ সিদ্ধান্ত? সবিশেষ…

editor by editor
July 18, 2023
in ভাৰত, ৰাজনীতি
0
UPA নহয় INDIA, মহাজোঁটে ল’লে কি কি বৃহৎ সিদ্ধান্ত? সবিশেষ…
0
SHARES
169
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জল্পনা আৰম্ভ হৈছিল পাটনাৰ বৈঠকৰ পাছৰে পৰাই। বাংগালুৰুৰ বৈঠকৰ মাজতেই বিজেপি আৰু বিৰোধী ৰাজনৈতিক নেতাই কৰিছে এটাৰ পাছত আনটো মন্তব্য। বিৰোধী মহাজোঁটৰ বৈঠকৰ পাছতেই কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ জোঁটৰ নামো সলনি কৰাৰ সিদ্ধান্ত লৈছে নতুন মহাজোঁটে। ২৬বিৰোধী দলৰ বৈঠকৰ পাছতেই বিৰোধী জোঁটৰ নতুন নাম হৈছে INDIA.

বিৰোধী মহাজোঁটৰ নতুন নাম INDIAৰ সম্পূৰ্ণ অৰ্থ হৈছে ইণ্ডিয়ান নেশ্ব্যনেল ডেভেলপমেণ্ট ইনক্লুছিভ এলায়েন্স। বৈঠকৰ শেষতেই কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি মল্লিকাৰ্জূন খাৰ্গেই ঘোষণা কৰিছে এই নতুন নামটো। বৈঠকৰ শেষতেই তৃণমূলৰ ৰাজ্যসভাৰ নেতা ডেৰেক ওব্ৰায়ানেও টুইটযোগে লিখিছে, ‘চক দে ইণ্ডিয়া।’

নাম সলনি হ’ল যদিও এই নতুন মহাজোঁটৰ চেয়াৰপাৰ্ছন বা আহ্বায়ক পদত কোন থাকিব ঘোষণা কৰা নাই খড়্গেই। ইউপিএ চেয়াৰপাৰ্ছন পদত পূৰ্বে আছিল ছোনীয়া গান্ধী। কিন্তু এইবাৰৰ নতুন মহাজোঁটত ১১জনীয়া সদস্যৰ এখন সমন্বয় কমিটি গঠন হ’ব বুলি জনাইছে খাৰ্গেই। তেওঁ এই সন্দৰ্ভত কয়, ‘পৰৱৰ্তী বৈঠকৰ আগতেই চূড়ান্ত হ’ব কমিটিত থকা সদস্যৰ নাম। লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী মহাজোঁটে বাংগালুৰুত কৰা এই মিটিঙেই এতিয়া দৃষ্টি কাঢ়িছে দেশৰ ৰাজনীতিৰ খবৰ ৰখা প্ৰতিজন ব্যক্তিৰেই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ
বিবিধ

ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

July 20, 2026
স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ
বিনোদন

স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

July 20, 2026
আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ
ভাৰত

আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

July 20, 2026
ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!
প্ৰযুক্তি

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

July 18, 2026
Next Post
সন্তানৰ প্ৰতি দায়বদ্ধতা! চলন্ত বাছৰ সন্মুখত জঁপিয়ালে মহিলাই, কিন্তু কিয়?

সন্তানৰ প্ৰতি দায়বদ্ধতা! চলন্ত বাছৰ সন্মুখত জঁপিয়ালে মহিলাই, কিন্তু কিয়?

প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি নেলছন মেণ্ডেলাৰ এইকেইটা কথা জানেনে? ১০৫ বছৰীয়া জন্মদিনত প্ৰাসংগিক হৈ উঠিছে নেলছন মেণ্ডেলা

প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি নেলছন মেণ্ডেলাৰ এইকেইটা কথা জানেনে? ১০৫ বছৰীয়া জন্মদিনত প্ৰাসংগিক হৈ উঠিছে নেলছন মেণ্ডেলা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.