• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ যুদ্ধ বিমান সকলোৰে পছন্দৰ! ৮৬৭৫ কোটিত বিক্ৰি হ’ব ভাৰতৰ তেজছ মাৰ্ক-১এ, কোন দেশে ক্ৰয় কৰিব এই যুদ্ধবিমান?

3 years ago
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

19 minutes ago
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

38 minutes ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

1 hour ago
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

2 hours ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

3 hours ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

4 hours ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

5 hours ago
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰতৰ যুদ্ধ বিমান সকলোৰে পছন্দৰ! ৮৬৭৫ কোটিত বিক্ৰি হ’ব ভাৰতৰ তেজছ মাৰ্ক-১এ, কোন দেশে ক্ৰয় কৰিব এই যুদ্ধবিমান?

editor by editor
July 19, 2023
in বিবিধ, বিশ্ব, ভাৰত
0
ভাৰতৰ যুদ্ধ বিমান সকলোৰে পছন্দৰ! ৮৬৭৫ কোটিত বিক্ৰি হ’ব ভাৰতৰ তেজছ মাৰ্ক-১এ, কোন দেশে ক্ৰয় কৰিব এই যুদ্ধবিমান?
0
SHARES
219
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আৰ্জেণ্টিনাৰ প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ টায়নাই ১৮ জুলাইত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে বৈঠকত মিলিত হৈছিল। দ্বিপাক্ষিক বৈঠকৰ বাবেই ভাৰতত উপস্থিত হৈছে আৰ্জেণ্টিনাৰ প্ৰতিৰক্ষামন্ত্ৰী জৰ্জ টায়না। এই ভ্ৰমণতেই তেওঁ ভাৰতৰ পৰা তেজছ যুদ্ধবিমান ক্ৰয় কৰিব পাৰে আৰ্জেণ্টিনাৰ প্ৰতিৰক্ষামন্ত্ৰীয়ে।

আৰ্জেণ্টিনাৰ প্ৰতিৰক্ষামন্ত্ৰী জৰ্জ টায়নাৰ এই ভ্ৰমণত চতুৰ্থ প্ৰজন্মৰ ভাৰতীয় যুদ্ধবিমান তেজছ মাৰ্ক-১এ আৰু এলছিএইছ(লাইট কমবেট হেলিকপ্টাৰ) ভাৰতৰ পৰা ক্ৰয় কৰাৰ সম্ভাৱনা আছে। ৮,৬৭৫ কোটি টকাৰ চুক্তিৰো সম্ভাৱনা আছে আৰ্জেণ্টিনা আৰু ভাৰতৰ। দক্ষিণ আমেৰিকাৰ দেশ আৰ্জেণ্টিনাৰ বায়ুসেনাই ভাৰতৰ পাতল যুদ্ধ বিমান তেজছ ক্ৰয় কৰিবলৈ মন মেলিছে বাবেই ভাৰত ভ্ৰমণলৈ আহিছে প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ টায়না।

দক্ষিণ আমেৰিকাৰ দেশ আৰ্জেণ্টিনাৰ বায়ু সেনাই ভাৰতীয় .যুদ্ধবিমান তেজছ ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। এইবাৰ জুন মাহতো আৰ্জেণ্টিনাৰ ভাৰতীয় ৰাষ্ট্ৰদূত দীনেশ ভাটিয়া, আৰ্জেণ্টিনাৰ বায়ুসেনা বাহিনীৰ প্ৰধান ব্ৰিগেডিয়াৰ জেনেৰেল জাভিয়াৰ আইজেকছৰ সৈতে তেজছ যুদ্ধবিমানৰ বিষয়ে আলোচনাও হৈছে।

আৰ্জেণ্টিনাৰ হিন্দুস্তান এৰোনটিক্স লিমিটেডে তৈয়াৰ কৰা বিভিন্ন ধৰণৰ হেলিকপ্টাৰক ক্ৰয় কৰিবলৈ আগ্ৰহী আৰ্জেণ্টিনা। আৰ্জেণ্টিনাৰ ১২খন যুদ্ধ বিমানৰ প্ৰয়োজন। যাৰ বাবে চীন আৰু ভাৰতৰ দুখন যুদ্ধবিমানৰ প্ৰতি আগ্ৰহ দেখুৱাইছে আৰ্জেণ্টিনাই। প্ৰাথমিকভাৱে চীনৰ জেএফ ১৭ আৰু ভাৰতৰ তেজছ লোৱাৰ বাবে আগ্ৰহী হৈছে আৰ্জেণ্টিনা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ
জীৱনশৈলী

March 23, 2026
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?
জীৱনশৈলী

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

March 23, 2026
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?
জীৱনশৈলী

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

March 23, 2026
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?
জীৱনশৈলী

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

March 23, 2026
Next Post
সীমাৰ দৰেই বাংলাদেশৰ পৰা প্ৰেমৰ বাবে আহিছিল জুলি! অজয়ৰ সৈতে বিবাহ, তাৰপিছতেই অজয়ৰ বাংলাদেশ যাত্ৰা, কিন্তু বাংলাদেশ গৈয়েই সন্ধানহীন অজয়, প্ৰকৃত ঘটনা কি?

যোগদান কৰিয়েই নিলম্বন! চাকৰিৰ প্ৰথম যোগদান কৰিয়েই ঘোচ লৈ হাতেলুটে ধৰা পৰিল মিতালী শৰ্মা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন