অসম লাইভ২৪ঃ ভূপেন বৰাৰ নতুন নাম কমিছন বৰা
ভূপেন বৰাৰ নামৰ লগত ডক্টৰেট থকাটো জৰুৰী
ভূপেন বৰাৰ থেছিছৰ নাম ‘কালেকচন এণ্ড কমিচন’
‘কালেকচন এণ্ড কমিচন’ থেছিছ লিখিয়েই PHD লৈছে ভূপেন বৰাই
বিহপুৰীয়া হওক বা ৰঙানদী হওক সকলোতেই হাৰিব
বিহপুৰীয়াত কমিছন খাই খাই ৰঙানদীলৈ ওলাইছে কমিছন বৰা
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ
AIUDFৰ লগত মিলামিছা কেনেকৈ হয় কংগ্ৰেছৰ অসমৰ জনতাই জানে
উজনিত AIUDFক নালাগে আৰু নামনিত AIUDFক লাগে কংগ্ৰেছৰ
১২টা দল একলগ হৈছে কিন্তু ৰাইজে দলৰ নামেই নাজানে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ