অসম লাইভ২৪ঃ মানুহে মানুহৰ বাবে। তেজপুৰৰ বিপ্লৱ গোঁহাই আৰু চুমি দত্তৰ সন্তানটো দুৰাৰোগ্য ৰোগত আক্ৰান্ত। মাত্ৰ ছয় মাহ আগত তেজৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ পৰিছে শিশুটো। প্ৰায় কেইবামাহ ধৰি চেন্নাইৰ এপল হস্পিটেলত চিকিৎসাধীন হৈ আছে। মাক দেউতাকে বহুত কষ্ট কৰি আছে নিষ্পাপ লৰাটোৰ মুখৰ হাঁহি ঘূৰাই আনিবলৈ, সম্পূৰ্ণ সুস্থ কৰি ঘৰলৈ ওভোটাই আনিবলৈ।
যিহেতু এইটো যথেষ্ট ব্যয় বহুল চিকিৎসা সেয়ে বহু ধনৰ প্ৰয়োজন৷ পৰিয়ালটো এতিয়া আৰ্থিক নাটনিত ভূগিছে। ব’ন মেৰো ট্ৰেন্সপ্লেন্ত কৰিবৰ বাবে যথেষ্ট ধনৰ প্ৰয়োজন৷ বৰ্তমান পৰিয়ালটোক ধনৰ প্ৰয়োজন৷ কণমানিটোৰ মুখৰ হাঁহি ঘূৰাই আনিবলৈকে পৰিয়ালটোৱে অসমবাসীৰ ওচৰত সহায় বিচাৰিছে৷
ইতিমধ্যে পিতৃৰো একাউণ্ট নম্বৰ মুকলি কৰিছে৷
দেউতাকৰ একাউণ্টৰ ডিটেইলছ-
Biplab Jyoti Gohain
Account No 32393399462
State Bank Of India.
IFSC- SBIN0005783
Mission chariali branch tezpur
G-pay No- 9954633370
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ