<strong>অসম লাইভ২৪ঃ</strong> ধৰ্ষণকাৰী আনন তাঁতীক গ্ৰেপ্তাৰ। আত্মগোপন কৰি থকা অৱস্থাতে গ্ৰেপ্তাৰ তাঁতীক। অৰুণাচলৰ দেওমালিত আত্মগোপন কৰি আছিল আনন। তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত তাঁতীক।