• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুম্বাইৰ ধাৰাভি বস্তি পুনঃনিৰ্মাণৰ সিদ্ধান্ত! পুনঃনিৰ্মাণৰ দায়িত্ব আদানী গোষ্ঠীক দিলে মহাৰাষ্ট্ৰ চৰকাৰে

3 years ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

5 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

6 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

7 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

8 hours ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

9 hours ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মুম্বাইৰ ধাৰাভি বস্তি পুনঃনিৰ্মাণৰ সিদ্ধান্ত! পুনঃনিৰ্মাণৰ দায়িত্ব আদানী গোষ্ঠীক দিলে মহাৰাষ্ট্ৰ চৰকাৰে

editor by editor
July 15, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
মুম্বাইৰ ধাৰাভি বস্তি পুনঃনিৰ্মাণৰ সিদ্ধান্ত! পুনঃনিৰ্মাণৰ দায়িত্ব আদানী গোষ্ঠীক দিলে মহাৰাষ্ট্ৰ চৰকাৰে
0
SHARES
117
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এছিয়াৰ সৰ্ববৃহৎ বস্তিৰ পুনঃনিৰ্মানৰ দায়িত্ব এইবাৰ আদানীৰ হাতত৷ আদানীয়ে লৈছে মহাৰাষ্ট্ৰৰ ধাৰাভি বস্তিৰ পুনঃনিৰ্মাণৰ দায়িত্ব৷ মহাৰাষ্ট্ৰ চৰকাৰে এই প্ৰকল্পৰ বাবে বেচৰকাৰী সংস্থাসমূহৰ পৰা নিবিদা বিচাৰিছিল৷ সকলোতকৈ বেছি অৰ্থ বিনিয়োগ কৰি সকলো সংস্থাক পিছ পেলাই শিল্পপতি গৌতম আদানী গোষ্ঠী আগুৱাই আছে৷

মহাৰাষ্ট্ৰ প্ৰশাসন সূত্ৰৰ খবৰ অনুসৰি প্ৰায় ৬০০ একৰ এলেকাত থকা বস্তিত আধুনিক সা সুবিধা সম্পন্ন ঘৰ, শ্বপিং মল তৈয়াৰ কৰা হ’ব৷ বৰ্তমান বস্তিত আধুনিক সুযোগ সুবিধা সম্পন্ন ঘৰ, শ্বপিং মল তৈয়াৰ কৰা হ’ব৷ বৰ্তমান বস্তিত অস্বাস্থ্যকৰ পৰিবেশত থাকি বিভিন্ন ৰোগত আক্ৰান্ত হৈ পৰে৷ যাৰবাবে এই বস্তি পুনঃনিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ এই প্ৰকল্পত আদানীৰ দুই প্ৰতিদ্বন্দ্বী সংস্থা আছিল ডিএলএফ আৰু নমন গ্ৰুপ৷ কিন্তু আদানীয়ে দুই সংস্থাতকৈ অধিক অৰ্থ বিনিয়োগৰ ঘোষণা কৰিয়েই এই নিবিদা লাভ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

March 30, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?
বাণিজ্য

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

March 30, 2026
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই
জীৱনশৈলী

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

March 30, 2026
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়
জীৱনশৈলী

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

March 30, 2026
Next Post
৩৬ঘণ্টাত ৫ তীৰ্থযাত্ৰীৰ মৃত্যু! অমৰনাথ যাত্ৰাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪ লৈ বৃদ্ধি

১৭মাহ ধৰি দৰমহা নাই, দৰমহা অবিহনেই চন্দ্ৰযান উৎক্ষেপণৰ বাবে দিনে নিশাই কাম কৰিছে কেইবাশ ইঞ্জিনিয়াৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন