অসম লাইভ২৪ঃ
মহাজোঁটতকৈয়ো অধিক দলৰ মুখ্য নেতৃত্বক লৈ মিত্ৰজোঁটৰ বৈঠত
৩৮টা দলক লগত লৈ দিল্লীত বিশেষ বৈঠক NDAৰ
NDA আহ্বান কৰা বৈঠকত বিৰোধী দলক পৰাভূত কৰাৰ ৰণনীতি
বৈঠকত জনশক্তি পাৰ্টিৰ চিৰাগ পাছোৱান, হিন্দুস্তানী আৱাম মৰ্চাৰ জীতেন ৰাম মাঁঝি
ৰাষ্ট্ৰীয় লোক সমতা পাৰ্টিৰ উপেন্দ্ৰ সিং কুশৱাহাকে ধৰি কেইবাগৰাকীও নেতা
মিত্ৰজোঁটৰ বৈঠকত অ’বিচি নেতা ওম প্ৰকাশ ৰাজভৰেও কৰিব পাৰে যোগদান
বৈঠকত দৰিদ্ৰৰ উন্নয়ন, কল্যাণৰ দিশটোক লৈয়েই ৰণনীতি তৈয়াৰৰ সম্ভাৱনা
NDAৰ বৈঠকলৈ আমন্ত্ৰণ লাভ কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাইয়ো
উঃপূঃৰ আন এজন মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ইয়ো লাভ কৰিছে আমন্ত্ৰণ
নাগালেণ্ড, মেঘালয়ৰ লগতে এই সভাত উপস্থিত থাকিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীও
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ