• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাংসদ হলে Fit হব লাগে, শকত হলে ফিল্ডত বাগৰি পৰেঃ ৰূপজ্যোতি কূৰ্মী

সাংসদ হলে Fit হব লাগে, শকত হলে ফিল্ডত বাগৰি পৰেঃ ৰূপজ্যোতি কূৰ্মী

3 years ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

9 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

9 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

10 hours ago
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

10 hours ago
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

11 hours ago
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

11 hours ago
প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

12 hours ago
মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

14 hours ago
ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

14 hours ago
সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

15 hours ago
ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

15 hours ago
ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সাংসদ হলে Fit হব লাগে, শকত হলে ফিল্ডত বাগৰি পৰেঃ ৰূপজ্যোতি কূৰ্মী

editor by editor
July 6, 2023
in অসম, ৰাজনীতি
0
সাংসদ হলে Fit হব লাগে, শকত হলে ফিল্ডত বাগৰি পৰেঃ ৰূপজ্যোতি কূৰ্মী
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আহোমৰ হেংদাঙক লৈ বিতৰ্কিত মন্তব্য কৰি চৰ্চা লাভ কৰা ৰূপজ্যোতি কূৰ্মীয়ে বিতৰ্ক সন্দৰ্ভত মুখ খুলিছে। ৰূপজ্যোতিয়ে হেংদাং বিতৰ্ক সন্দৰ্ভত কয়, ‘মই বিতৰ্কিত একো কথা কোৱা নাই, সংবাদমাধ্যমেৰে কথাটো বেলেগকৈ লৈছে।’

মন্তব্যত ৰূপজ্যোতিয়ে সাংসদ বদৰুদ্দিন আজমলক এইবাৰ টাৰ্গেট কৰি লৈছে। ৰূপজ্যোতিয়ে কয়, ‘সাংসদ হলে Fit হব লাগে। শকত হলে ফিল্ডত বাগৰি পৰে, ধুবুৰীত উন্নয়নৰ নামত একো কৰা নাই আজমলে, সেয়েহে ৰাইজে এইবাৰ তেওঁৰ বিচাৰ কৰিব। আজমলে নিজৰ ব্যৱসায়িক লাভৰ কথা চিন্তা কৰে সমষ্টিত উন্নয়নৰ কথা নাভাৱে।’

২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ তৎপৰতাক লৈ ৰূপজ্যোতি কূৰ্মীয়ে কয়, ‘লোকসভাত ১২ আসন নিশ্চিত হৈ আছে BJPৰ। নিৰ্বাচন আয়োগ আৰু খৰ্গেক লগ কৰিবলৈ অসমৰ ১১ বিৰোধী উৰা মাৰিছে দিল্লীলৈ। কিন্ত অখিল গগৈৰ নিচিনা একাংশ পাবত গজা নেতাক লগত লৈ কংগ্ৰেছৰ দিল্লী যাত্ৰা কেতিয়াও সফল নহব।কংগ্ৰেছ আৰু অন্য বিৰোধীয়ে অসমৰ উন্নয়ন নিবিচাৰে সেইবাৱে সমষ্টি পুনঃ নিৰ্ধাৰণৰ আপত্তি জনাবলৈ নিৰ্বাচন আয়োগৰ কাষলৈ গৈছে। অসমতো পাবত গজা দুই এজন নেতাইহে সমষ্টি পুনঃ নিৰ্ধাৰণৰ বিৰোধ কৰিছে। ৰকিবুল হুছেইনৰ কথাৰ আজি একো ভিত্তি নাই, আগতে বনমন্ত্ৰী হৈ থাকোতে তেওঁৰ পেট বাঢ়িলে। খালে, গঁড় মাৰিলে, ৰকিবুল হুছেইন এতিয়া Reject মানুহ, ৰাইজে তেওঁক আৰু নিবিচাৰে।’

ইয়াৰোপৰি ৰূপজ্যোতিয়ে কয়, ‘অসমত এতিয়া servibel অফ the fitest নীতি চলি আছে। যিয়ে কাম কৰিব সিয়ে টিকি থাকিব। মানুহে এতিয়া চেহেৰা নহয় কাম চায়।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা
জীৱনশৈলী

সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা

January 6, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
নৱবৰ্ষৰ পূৰ্বে ভাৰতীয়ৰ ওপৰত মাধমাৰ! ২৬ ডিচেম্বৰৰ পৰা ভাড়া বৃদ্ধি কৰিব ৰে’লৱে
বিবিধ

নৱবৰ্ষৰ পূৰ্বে ভাৰতীয়ৰ ওপৰত মাধমাৰ! ২৬ ডিচেম্বৰৰ পৰা ভাড়া বৃদ্ধি কৰিব ৰে’লৱে

December 21, 2025
বাংলাদেশত হিন্দু যুৱকৰ গ*ণ প্ৰ*হা*ৰ ঘটনাত ১০ গৰাকী আটক, সুৰক্ষা বৃদ্ধি অন্য হিন্দু তথা ভাৰতীয় লোকৰ
বিবিধ

বাংলাদেশত হিন্দু যুৱকৰ গ*ণ প্ৰ*হা*ৰ ঘটনাত ১০ গৰাকী আটক, সুৰক্ষা বৃদ্ধি অন্য হিন্দু তথা ভাৰতীয় লোকৰ

December 21, 2025
Next Post
গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

ঘৃণা এৰক, মণিপুৰলৈ শান্তি আনক! ঘৃণাৰ বাবে আত্মীয়ক হেৰুৱাৰ বেদনা কিমান মই জানোঃ ৰাহুল গান্ধী

ঘৃণা এৰক, মণিপুৰলৈ শান্তি আনক! ঘৃণাৰ বাবে আত্মীয়ক হেৰুৱাৰ বেদনা কিমান মই জানোঃ ৰাহুল গান্ধী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.