• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুশান্তৰ ৯ কোটিৰ ডিপ’জিট আৰু ৰিয়া

সুশান্তৰ ৯ কোটিৰ ডিপ’জিট আৰু ৰিয়া

6 years ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

25 minutes ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

1 hour ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

1 hour ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

1 hour ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

2 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

2 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

2 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

3 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

3 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

4 hours ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

5 hours ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সুশান্তৰ ৯ কোটিৰ ডিপ’জিট আৰু ৰিয়া

ৰিয়াই কিয় ডিলিট কৰিলে WhatsAppৰ মেছেজ?

editor by editor
August 13, 2020
in চিনেমা, বিশ্ব
0
সুশান্তৰ ৯ কোটিৰ ডিপ’জিট আৰু ৰিয়া
0
SHARES
85
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক মাৰাথন জেৰা চলাইছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে। প্ৰতিদিনেই পোহৰলৈ আহিছে অবাক হৈ পৰা তথ্য। সুশান্তৰ পিতৃ কে কে সিঙে দাখিল কৰা FIRৰ বাবে ইতিপূৰ্বে ৩ বাৰ EDৰ কাৰ্যালয়ত উপস্থিত হৈছিল ৰিয়া চক্ৰৱৰ্তী, ভাতৃ চৌভিক চক্ৰৱৰ্তী, মেনেজাৰ শ্ৰুতি মোদী। ইয়াৰ পূৰ্বে ৰিয়াৰ চাৰ্টাৰ্ড একাউণ্টটেণ্ট, সুশান্তৰ বন্ধু সিদ্ধাৰ্থ পৃথানী, ৰিয়াৰ পিতৃ-মাতৃক জেৰা কৰে ED-এ। ৩ দিন জেৰা কৰাৰ পাছতো ৰিয়াৰ উত্তৰত সন্তুষ্ট নহয় ED। ৰিয়াৰ উত্তৰ আছিল অপ্ৰাসংগিক। বেছিভাগৰে প্ৰশ্নৰে উত্তৰত ৰিয়াই কৈছিল – ‘মই নাজানো, মনত পৰা নাই।’ মঙলবাৰে ৰিয়াৰ লগতে পৰিয়ালৰ সকলোৰে ফোন, লেপটপ, আইপেড জব্দ কৰি ফৰেনছিক টেষ্টৰ বাবে প্ৰেৰণ কৰে। বুধবাৰে ED-এ জনাইছে আন এক তথ্য। হোৱাটছএপত সুশান্তৰ সৈতে কৰাৰ কথোপকথনৰ অধিকাংশ ডিলিট কৰি দিয়ে ৰিয়াই। যিসমূহ মেছেজ ডিলিট কৰি দিছে ৰিয়াই সেইসমূহ উদ্ধাৰৰ বাবে চেষ্টা চলাই আছে বিশেষজ্ঞই। উল্লেখযোগ্য যে বিগত বছৰৰ নৱেম্বৰত সুশান্তই ৯ কোটি টকাৰ এটা ফিক্সড ডিপ’জিটৰ ধন উলিয়াই আনে ৰিয়াই। উল্লেখযোগ্য যে ৰিয়াৰ ফোন, লেপটপ বাজেয়াপ্ত কৰাৰ পাছতে vividrage rhealityx pvt ltd.inৰ নামৰ সংস্থাটোৰ কথা পোহৰলৈ অহাৰ পাছতে হোৱাটছএপৰ চাটৰ অংশ ডিলিট কৰে ৰিয়াই। সেই সংস্থাৰ আই পি এড্ৰেছ ট্ৰেক কৰি জনা যায় মুম্বাইত এক বছৰত ১৭ বাৰ স্থান সলনি কৰা হৈছিল। নৱেম্বৰত সুশান্তৰ পিতৃয়ে ৰিয়াক হোৱাটছএপত যোগাযোগ কৰি কৈছিল সুশান্তক এবাৰ ফোন কৰিবলৈ। কাৰণ সুশান্তে ৩ জন বন্ধুৰ সৈতে একেলগে আছিল। গতিকে নিজৰ পুত্ৰ সম্পৰ্কে জানিবলৈ মেছেজ দিছিল ৰিয়াক। ইয়াৰ পাছতে ৰিয়াই পিতৃক ব্লক কৰি দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24riya chakravarthisushant sing rajput
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?
বিশ্ব

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

April 11, 2026
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…
বিনোদন

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

April 11, 2026
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?
বিনোদন

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

April 10, 2026
Next Post
ক’ত, কেনেকৈ জুবিনক আক্ৰমণ? নিশাৰ কাহিনী A TO Z

ক’ত, কেনেকৈ জুবিনক আক্ৰমণ? নিশাৰ কাহিনী A TO Z

অখিল গগৈৰ মুক্তিৰ বাবে অসমৰ ৰাইজৰ পৰা অৰ্থ সাহায‍্য বিচাৰিলে কৃষক মুক্তিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.