সোমবাৰে BTC নির্বাচনৰ প্ৰথম পর্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭.৩০ বজাৰ পৰা বাক্সা-ওদালগুৰি জিলাত ভোট। ২১টা পৰিষদীয় সমষ্টিত ভোটগ্ৰহণ।