‘লিলি’ৰ পৰাই দৌৰিব নেকি হিমন্তৰ ঘোঁৰা!
ৰাজনীতিত এতিয়া ঘৃণাৰ পৰিৱেশ। হাগ্ৰামাৰ ভয়ত বন্দী হিমন্তৰ ঘোঁৰা। হোটেল লিলিত এইবোৰ কি চলিছে? গণতন্ত্ৰৰ নামত এয়া আচলতে চাৰ্কাছ নেকি!
ৰাজনীতিত এতিয়া ঘৃণাৰ পৰিৱেশ। হাগ্ৰামাৰ ভয়ত বন্দী হিমন্তৰ ঘোঁৰা। হোটেল লিলিত এইবোৰ কি চলিছে? গণতন্ত্ৰৰ নামত এয়া আচলতে চাৰ্কাছ নেকি!
সাৱধান শৰণীয়া! প্ৰথমে মিত্ৰতা, পাছত মিত্ৰবধ বিজেপিৰ। বিজেপিৰ জালত পৰিল নেকি নৱ শৰণীয়াও! বিকল্প চিন্তা কৰিব নে সাংসদ শৰণীয়াই!
BTC নিৰ্বাচনত কি হ'ল? হাগ্ৰামাৰ পদূলিত পিকনিক খোৱা নহ'ল হিমন্ত বিশ্ব শৰ্মাৰ।
কাৰ হাতলৈ যাব btrৰ শাসন ভাৰ? কাইলৈ btc নিৰ্বাচনৰ ভোটগণনা। ক’ত ক’ত হ’ব ভোটগণনা?
সোমবাৰে BTC নির্বাচনৰ প্ৰথম পর্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭.৩০ বজাৰ পৰা বাক্সা-ওদালগুৰি জিলাত ভোট। ২১টা পৰিষদীয় সমষ্টিত ভোটগ্ৰহণ।
অ-জনজাতীয়ই btrত পাবনে অধিকাৰ? আশ্বস্ত হ’ব নে জনতা? কি কয় upplৰ সাংগঠনিক সম্পাদক মুজিব আলী আহমেদে?
এফালে হিমন্ত-হাগ্ৰামা। আনফালে BTC নিৰ্বাচনত ছুনামি আনিছে বিপুল ৰাভা, গেষ্ট্ৰিক আৰু আঙুৰলতাই।
upplৰ চৰকাৰ হ’লে বড়োভূমিত কেনেকৈ ভূমিহীন হ’ব ৬০ শতাংশ সংখ্যালঘু আৰু অ-জনজাতীয় লোক?
এইবাৰ ৰক্তাক্ত হ’ব নেকি BTC নিৰ্বাচন? বহন কৰিছে ভয়ংকৰ ইংগিত।
[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]
You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.
Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com
© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.