• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল দুটা কাম কৰিলেই জীৱনত সফল হ’বই! শ্ৰীকৃষ্ণই গীতাত দিছে এইকেইটা বিশেষ বাণী

কেৱল দুটা কাম কৰিলেই জীৱনত সফল হ’বই! শ্ৰীকৃষ্ণই গীতাত দিছে এইকেইটা বিশেষ বাণী

3 years ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

18 minutes ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

1 hour ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

2 hours ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

4 hours ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

5 hours ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

6 hours ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

6 hours ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

7 hours ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

7 hours ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

9 hours ago
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

9 hours ago
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেৱল দুটা কাম কৰিলেই জীৱনত সফল হ’বই! শ্ৰীকৃষ্ণই গীতাত দিছে এইকেইটা বিশেষ বাণী

editor by editor
April 13, 2023
in জীৱনশৈলী, ভাৰত
0
কেৱল দুটা কাম কৰিলেই জীৱনত সফল হ’বই! শ্ৰীকৃষ্ণই গীতাত দিছে এইকেইটা বিশেষ বাণী
0
SHARES
5.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গীতাত থকা দৰ্শনেই শ্ৰেষ্ঠ দৰ্শন বুলি কোৱা হয়। প্ৰতিজন মানুহেই সেই দৰ্শনেৰে পৰিচালিত হ’লে জীৱনত সফল হোৱাৰ বাট মসৃণ হৈ পৰে। হিন্দুধৰ্মৰ অন্যতম গুৰুত্বপূৰ্ণ গ্ৰন্থ শ্রীমদভগবত্‍ গীতাত ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ শিক্ষা দিয়া হৈছে। গীতাৰ বাণীয়ে কেৱল আমাৰ জীৱনদৰ্শনতেই গুৰুত্বপূৰ্ণ এনে নহয়। মৃত্যুৰ পৰবৰ্তী সময়তো ইয়াৰ সমানেই গুৰুত্ব আছে। কাৰণ গীতাত কেৱল এবাৰ জন্মৰ কথাই কোৱা নাই।গীতাই চিৰম্তৰ আত্মাৰ কথাও কয়। মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধৰ ঠিক আগে আগে সংশয়ত দোধোৰমোধোৰ হৈছিল তৃতীয়া পাণ্ডৱ অৰ্জুন। নিজৰ আত্মীয়সকলৰ বিৰুদ্ধে যুদ্ধ কৰিব নোৱাৰো বুলি অস্ত্ৰও নমাই দিছিল অৰ্জুনে। সেই সময়তেই শ্ৰীকৃষ্ণই অৰ্জুনক দিছিল বিশেষ উপদেশ।

গীতাত শ্ৰীকৃষ্ণই দিয়া উপদেশ

শ্ৰীকৃষ্ণই উপদেশ দিছিল, ‘হে অৰ্জুন, মানুহে জীৱনত যি বিচাৰে সেয়া অৰ্জন কৰিব পাৰে। যদি নিজৰ লক্ষ্যৰ কথা শয়নে সপোনে অবিৰামভাৱে বিচাৰে, নিজৰ ওপৰত বিশ্বাস ৰাখে, লক্ষ্যত অটল থাকে তেন্তে সফল হ’বই।’ শ্ৰী মদ ভাগৱৎ গীতাত থকা অনুসৰি আমাৰ সকলোতকৈ ডাঙৰ প্ৰেৰণাই হ’ল আমাৰ চিন্তা ভাৱনা। সেয়ে মনক সদায় ক’ব লাগে, ‘মই পাৰিমেই।’

শ্ৰীকৃষ্ণই কৈছে, ‘খুব খং উঠিলে সেয়া কমাবলৈ নিজেই যত্ন কৰিব লাগে। খঙত কোনো কথা বা কাম কৰিব নালাগে। ভুল কৰিলে নিজৰ মূৰ তল কৰি দিব নালাগে। নিজৰ দোষ স্বীকাৰ কৰিব পাৰিলেই পৃথিৱীৰ বহু ডাঙৰ সমস্যাই সমাধান হৈ পৰিব।’

গীতাত কোৱা হৈছে যে, যিসকল ব্যক্তিয়ে কাৰণ নোহোৱাকৈ আপোনাক কষ্ট দিয়ে তেওঁলোকে উভতাই শাস্তি পাবই। আপুনি সৌভাগ্যশালী হ’লে সেই ব্যক্তিয়ে শাস্তি পোৱা আপুনি নিজ চকুৰেই দেখিব।

গীতাত শ্ৰী কৃষ্ণই কৈছে, যেতিয়া কোনো ব্যক্তিৰ প্ৰয়োজন সলনি হয় তেতিয়া তেওঁৰ ব্যৱহাৰ আৰু কথাবাৰ্তাও সলনি হৈ যায়।

শ্ৰীকৃষ্ণৰ বাণী অনুসৰি, পৰিবৰ্তনেই হ’ল এই জগতৰ একমাত্ৰ সত্য। এই পৃথিৱী সততে পৰিবৰ্তনশীল। আপুনি মৃত্যুক লৈ যি ভাৱে সেয়া প্ৰকৃততে জীৱনেই। সেয়ে আত্ম-চিন্তা ত্যাগ কৰা উচিত, সৰু-ডাঙৰ, আপোন-পৰ সকলো ভেদাভেদেই পাহৰি যাওক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!
জীৱনশৈলী

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

September 12, 2026
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা
বিনোদন

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

September 12, 2026
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব
জীৱনশৈলী

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

September 12, 2026
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
Next Post
নীলা ছবিৰ চাইটত নাৰী শৰীৰৰ এই সাধাৰণ অংগহে চাৰ্ছ কৰে দৰ্শকে…

নীলা ছবিৰ চাইটত নাৰী শৰীৰৰ এই সাধাৰণ অংগহে চাৰ্ছ কৰে দৰ্শকে...

আনুষ্ঠানিকভাৱে মুকলি হ’ল AIIMS, এইমছৰ আৰম্ভণিয়ে অসমবাসীক দিছে এইকেইটা ভালখবৰ…

আনুষ্ঠানিকভাৱে মুকলি হ’ল AIIMS, এইমছৰ আৰম্ভণিয়ে অসমবাসীক দিছে এইকেইটা ভালখবৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.