অসম লাইভ২৪ঃ যৌনগন্ধী বিনোদনৰ বাবে পৰ্ণচাইটসমূহ প্ৰায় প্ৰত্যেকেই লগ ইন কৰে। দৈনিক লাখ লাখ লোকে এই চাইটসমূহত ভূমুকি মাৰে। পুৰুষ, নাৰী নিৰ্বিশেষে সকলোৱে এই পৰ্ণ চাইটসমূহত অবাধে বিচৰণ কৰে। কোনো কোনো দেশত এই চাইটসমূহ নিষিদ্ধ। তথাপিও কিন্তু নাৰীৰ উন্মুক্ত শৰীৰৰ প্ৰতি পুৰুষৰ দুৰ্বলতা বহু বেছি। সম্প্ৰতি কিছু সমীক্ষাত পৰ্ণ চাইটৰ চাহিদা সংক্ৰান্তিয় নতুন তথ্য পোৱা গৈছে। নাৰী শৰীৰৰ বিশেষ অংগৰ প্ৰতি পুৰুষৰ দুৰ্বলতা বেছি।
স্তন বা যোনি নহয়। অন্য এক অংগৰ প্ৰতিহে পুৰুষৰ দূৰ্বলতা বেছি বুলি সমীক্ষাত পোৱা গৈছে। বিশেষকৈ বহুসংখ্যক পুৰুষেই নাৰীৰ এই অংগসমূহৰ বিপৰীতে ভৰিৰ পতাহে চাবলৈ ভালপায়। পৰ্ণ চাইটত সোমাই বহুতেই কেৱল ভৰিৰ পতা চাৰ্ছ কৰে। ব্ৰিটেইনৰ জনপ্ৰিয় পৰ্ণগ্ৰাফী চাইটত চলোৱা সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য। ভৰিৰ পতা কেন্দ্ৰীক যৌনতাক কোৱা হয় ‘ফুট ফেটিছিজম’ নীলা ছবিৰ পৃথিৱীত এই নাম বহুতেই জানে।
সমীক্ষাত প্ৰকাশ পোৱামতে মডেলসকলে ভৰিৰ পতাৰ ছবি আৰু ভিডিঅ’ এই চাইটসমূহত শ্বেয়াৰ কৰে। কিয়নো এই চাইটসমূহত তেওঁলোকৰ ভৰিৰ পতাৰ চাহিদা বহু বেছি। গুগল চাৰ্ছতো বহুতেই ভৰিৰ পতাৰ ফটো ভিডিঅ’ বহুপৰিমানে চাৰ্ছ কৰে। পৰিসংখ্যাই কৈছে যে, বিগত এবছৰত ‘ফিট পিকছ ফৰ চেল’ অৰ্থাৎ ভৰিৰ পতাৰ চাহিদা বহু পৰিমানে বৃদ্ধি পাইছে। এবছৰতেই ৪৩ শতাংশ বাহিছে ভৰিৰ পতা চাৰ্ছ কৰা লোকৰ সংখ্যা। বিশেষজ্ঞই প্ৰকাশ কৰা মতে, সাম্প্ৰতিক সময়ত যৌন আকৰ্ষণ সলনি হৈছে। মহিলাসকলৰ ভৰিৰ পতাত উত্তেজনা বিচাৰি ফুৰা লোকৰ সংখ্যা বহু পৰিমানে বৃদ্ধি পাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ