• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হকাৰৰ ৰূপত শাহু-বোৱাৰী

হকাৰৰ ৰূপত শাহু-বোৱাৰী

6 years ago
ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!

ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!

52 minutes ago
শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

1 hour ago
বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

2 hours ago
অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

3 hours ago
নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

4 hours ago
মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

4 hours ago
আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

5 hours ago
ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

13 hours ago
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

14 hours ago
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

14 hours ago
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

15 hours ago
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

হকাৰৰ ৰূপত শাহু-বোৱাৰী

editor by editor
December 10, 2020
in জীৱনশৈলী, ভাৰত
0
হকাৰৰ ৰূপত শাহু-বোৱাৰী
0
SHARES
156
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কোভিড-১৯-এ সমগ্ৰ বিশ্বতে এক শ্বাসৰুদ্ধকৰ পৰিস্থিতি উদ্ভৱ কৰিলে। ডাল-দৰিদ্ৰ, ধনী সকলো স্তৰৰ মানুহৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলালে। কাৰোবাৰ যদি খাবলৈ নাইকিয়া হ’ল, কোনো সম্ভ্ৰান্ত লোকৰ হয়তো আকাল পৰিল। তাৰমাজতে এচামে চলাই গ’ল জীয়াই থকাৰ বাবে সংগ্ৰাম। বহুলোকে কাম হেৰুৱালে আৰু কোনোবাই কাম এৰিবলৈ পৰিস্থিতিত বাধ্য হ’ল । ক’ৰোনাৰ এনে জটিল সময়ত বহুলোকেই যথেষ্ট কষ্ট কৰি নিজৰ উপাৰ্জন কৰাৰ লগতে নিজৰ উপাৰ্জনৰ উৎসৰ প্ৰতি থকা দায়িত্ববোধ দেখুৱাই গ’ল। এনে এটা দৃষ্টান্তই দেখা গ’ল মহাৰাষ্ট্ৰত। অশেষ কষ্ট-যন্ত্ৰণা সহিও মহামাৰীৰ সময়ত পিছ হুহুকি নগ’ল এহাল শাহু-বোৱাৰী। মহামাৰীৰ জটিল সময়ত দুই মহিলাই নিজৰ কৰ্ম কৰি গ’ল। কোনো সমস্যাকে ভ্ৰূক্ষেপ নকৰি এই শাহু-বোৱাৰী যোৰাটোৱে নিজৰ কামত নিয়োজিত হৈ এক উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে। মন্দাটাই আৰু শাহু সান্তাবাই সিন্ধে যোৱা ১৫ বছৰৰ পৰা বাতৰি কাকত বিলোৱা কৰ্মত নিয়োজিত হৈ আহিছে। মহাৰাষ্ট্ৰৰ কলহাপুৰ জিলাৰ এখন সৰু গাঁৱৰ নিৱাসী এই শাহু-বোৱাৰীয়ে বৰ্তমান সময়ত সহনশীলতাৰ এক অনন্য উদাহৰণ হিচাপে পৰিগণিত হৈছে। মহিলা সৱলীকৰণৰ উৎকৃষ্ট উদাহৰণ হিচাপেও পৰিলক্ষিত হৈছে এই শাহু-বোৱাৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: maharastranewspaper
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!
প্ৰযুক্তি

ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!

August 7, 2026
শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!
অপৰাধ

শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

August 7, 2026
নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!
জীৱনশৈলী

নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

August 7, 2026
আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন
জীৱনশৈলী

আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

August 7, 2026
Next Post
CAA বলৱৎ কৰাৰ উদ্দেশ্য এয়াই নেকি বিজেপিৰ!

CAA বলৱৎ কৰাৰ উদ্দেশ্য এয়াই নেকি বিজেপিৰ!

সোণাপুৰত আলু খেতিৰ নতুন পদ্ধতিৰ শুভাৰম্ভণি

সোণাপুৰত আলু খেতিৰ নতুন পদ্ধতিৰ শুভাৰম্ভণি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.