<div class="" data-block="true" data-editor="23n3a" data-offset-key="26afl-0-0"> <div class="_1mf _1mj" data-offset-key="26afl-0-0"><span data-offset-key="26afl-0-0">পয়গম্বৰ হজৰত মহম্মদৰ কাৰ্টুন ছাত্ৰ-ছাত্ৰীক দেখুওৱাৰ অপৰাধত ইছলামিক উগ্ৰপন্থীয়ে শিৰচ্ছেদ কৰে এগৰাকী শিক্ষকক। শিক্ষকগৰাকীৰ মৃত্যুৱে এতিয়া কঁপাইছে এখন দেশ।</span></div> </div> <div class="" data-block="true" data-editor="23n3a" data-offset-key="agllu-0-0"></div>